ETV Bharat / bharat

Punjab Election Results Updates : পঞ্জাৱত উৰিছে আপৰ বিজয় ধজ্জা - পঞ্জাৱত বিজয় ধজ্জা উৰুৱাইছে আপে

ইতিমধ্যে আৰম্ভ হৈছে 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা (Punjab Election Results 2022) ৷ পঞ্জাৱত 117 খন আসনত প্ৰতিদ্বন্দিতা আগবঢ়াইছে 1304 গৰাকী প্ৰাৰ্থীয়ে ৷ ইতিমধ্যে পঞ্জাৱৰ বিজয়ী প্ৰাৰ্থীসকলৰ নাম আহি পৰিছে ইটিভি ভাৰতৰ হাতত ৷

পঞ্জাৱত বিজয় ধজ্জা উৰুৱাইছে আপে
পঞ্জাৱত বিজয় ধজ্জা উৰুৱাইছে আপে
author img

By

Published : Mar 10, 2022, 9:26 AM IST

Updated : Mar 10, 2022, 2:21 PM IST

নিউজ ডেস্ক, 10 মাৰ্চ : আজি পুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা (Punjab Election Results 2022) ৷ উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, গোৱা, মণিপুৰৰ লগতে পঞ্জাৱটো আৰম্ভ হৈছে মহাৰণৰ গণনা প্ৰক্ৰিয়া ৷ পঞ্জাৱত 117 খন আসনত প্ৰতিদ্বন্দিতা কৰিছে 1304 গৰাকী প্ৰাৰ্থীয়ে ৷ মুখ্যমন্ত্ৰী আসনৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়াইছে ৰণজিৎ সিং চন্নীয়ে ভদৌড়, চমকৌৰ চাহিবৰ, আপৰ ভগৱন্ত মান, কংগ্ৰেছ নেতা নৱজ্যোত সিং সিদ্ধু, আকালি দলৰ নেতা প্ৰকাশ সিং বাদল, সুখবীৰ বাদল ৷

তথ্য অনুসৰি,

  • 9:20 বজালৈকে পঞ্জাৱত কংগ্ৰেছ 15 খনত, আপ 35 খনত, এছএডি ১4খনত আৰু বিজেপি ২খন আসনত আগবাঢ়ি আছে ৷
  • 9:35 বজালৈকে পঞ্জাৱত কংগ্ৰেছ 19 খনত, আপ 64 খনত, এছএডি 14 খনত, বিজেপি 1খন, নিৰ্দলীয় 1খন আসনত আগবাঢ়ি আছে ৷
  • 9:58 বজালৈকে পঞ্জাৱত কংগ্ৰেছ 22 খনত, আপ 76 খনত, এছএডি 13 খনত, বিজেপি 5 খন, নিৰ্দলীয় 1 খন আসন লাভ কৰিছে ৷
  • পঞ্জাৱত বৈছে উৎসাহৰ ঢল ৷ পঞ্জাৱ বিধানসভা নিৰ্বাচন ২০২২ ত গণ ভেটি বৃদ্ধি পাইছে । ভগৱন্ত মানৰ নেতৃত্বত ১১৭ খন বিধানসভা আসনত প্ৰতিদ্বন্দিতা কৰি থকা আম আদমী পাৰ্টীয়ে প্ৰাৰম্ভিক প্ৰৱণতাত ৮৯ খন আসনত আগবাঢ়ি গৈছে । একে সময়তে, এক্সিট প'লত কৰা ধাৰণাবোৰ শুদ্ধ বুলি প্ৰমাণিত হোৱা দেখা গৈছে ।
  • 11:36 বজালৈকে পঞ্জাৱত 5ম ৰাউণ্ডৰ ভোটগণনাত অকালি দলে 4377, আম আদমী পাৰ্টীয়ে 20419, বিজেপি+কেপ্টেইনে 1467, কংগ্ৰেছে 7508, শিৰোমণি অকালি দলে 9132 লাভ কৰিছে ৷
  • আম আদমী পাৰ্টীৰ প্ৰাৰ্থী কুলৱন্ত সিঙে প্ৰায় ১১,৩০০ ভোটত আগবাঢ়ি আছে ।
  • 11:49 বজাত লাভ কৰা তথ্য অনুসৰি, পঞ্জাৱৰ পাঠানক’টত বিজেপি প্ৰাৰ্থী অশ্বনী শৰ্মাই বিজয় ধ্বজ্জা উৰুৱালৈ সক্ষম হৈছে ৷
  • 11:50 বজালৈকে কুলতাৰ সন্ধৱান ১৪,৯৫৫ টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে ৷ আপ ৩৬,১৭৩, কংগ্ৰেছ ২১৯১৮, তৃতীয় শিৰোমণি অকালি দলে ৮ ম ৰাউণ্ডত ১৯,১৫৫ টা ভোট লাভ কৰিছে ৷
  • কাপুৰথালাত কংগ্ৰেছৰ ৰাণা গুৰজিৎ সিঙে বিজয় ধ্বজ্জা উৰুৱাবলৈ সক্ষম হৈছে ৷ আম আদমী পাৰ্টীৰ মঞ্জু ৰাণাক পৰাজিত কৰি ৰাণা গুৰজিৎ সিঙে কাপুৰথালা সমষ্টিৰ পৰা ৩৪০০ টা ভোটৰ ব্যৱধানত জয়ী হৈছে ৷
  • 12:15 বজালৈকে শ্ৰী মুক্তচৰ চাহিবত 8ম ৰাউণ্ডৰ অন্তত বিজেপি 2357, কংগ্ৰেছ 10011, শিৰোমণি অকালি দল 27801 আৰু আম আদমী পাৰ্টীয়ে 36746 লাভ কৰিছে ভোট ৷
  • 12:20 বজাত লাভ কৰা তথ্য অনুসৰি, আম আদমী পাৰ্টিৰ প্ৰাৰ্থী সৰবজিৎ কৌৰ মানুকে জয় লাভ কৰিছে ৷
  • 12:27 বজালৈকে প্ৰায় 15800 ভোটত আগবাঢ়ি আছে কুলৱন্ত সিং পাণ্ডোৰী ৷
  • মহল কলন সপ্তম ৰাউণ্ডত শিৰোমণি অকালি দল 5669, আম আদমী পাৰ্টী 28739 বিজেপি + কেপ্টেইন 1797, কংগ্ৰেছ 9785 শিৰোমণি অকালি দল 12957, আম আদমী পাৰ্টিৰ প্ৰাৰ্থী কুলৱন্ত সিং পাণ্ডোৰী মহল কলনৰ পৰা প্ৰায় 15800 ভোটত আগবাঢ়ি আছে ৷
  • 12 বজাত লাভ কৰা তথ্য অনুসৰি, সুনমৰ পৰা জয়ী হৈছে আপ প্ৰাৰ্থী অমন অৰোৰা ৷
  • হিংগাঙৰ পৰা এন. বীৰেন সিঙে ২৪২৬৮ টা ভোট লাভ কৰি বিজয় পতাকা উত্তোলন কৰিবলৈ সক্ষম হৈছে ৷
  • 12:57 বজাত লাভ কৰা তথ্য অনুসৰি, ধুৰী সমষ্টিৰ পৰা জয়ী হৈছে আপৰ ভগৱন্ত মান ৷
  • 1:23 বজাত লাভ কৰা তথ্য অনুসৰি, দ্বাদশ ৰাউণ্ড শ্ৰী মুক্তচৰ চাহিবত শিৰোমণি অকালি দল 35649, কংগ্ৰেছ 12463, আম আদমী পাৰ্টী 58114 ভোট লাভ কৰিছে ৷ আম আদমী পাৰ্টীৰ জগদীপ সিং 22,465 টা ভোটত আগবাঢ়ি আছে ৷
  • পাচদিৰবাৰ পৰা বিজয়ী হৈছে আপ প্ৰাৰ্থী হৰপাল চিমাই ৷
  • 1: 49 বজালৈকে লাভ কৰা তথ্য অনুসৰি, ১৩ ৰাউণ্ডৰ পিছত ৫১০২৯ টা ভোটত আগবাঢ়িছে অমনদীপ কৌৰ অৰোৰা ৷ ইফালে ১৯,০০০ তকৈও অধিক ভোট লাভ কৰিছে যদিও আগবাঢ়িব পৰা নাই মোগাৰ চনু সুদৰ ভগ্নী ৷
  • 1:58 বজাত লাভ কৰা তথ্য অনুসৰি, আম আদমী পাৰ্টিৰ প্ৰাৰ্থী জীয়াঞ্জোত কৌৰে অমৃতসৰ পূৱ সমষ্টিৰ পৰা জয়লাভ কৰিবলৈ সক্ষম হৈছে । এই সমষ্টিত জীয়াঞ্জোতে কংগ্ৰেছ প্ৰাৰ্থী নৱজ্যোৎ সিং সিদ্ধু আৰু শিৰোমণি অকালি দলৰ প্ৰাৰ্থী বিক্ৰম সিং মাজিথিয়াক পৰাজিত কৰি বিজয় ধ্বজ্জা উৰুৱালৈ সক্ষম হৈছে ৷

লগতে পঢ়ক : Punjab Election Results 2022: পঞ্জাৱত কোনে মাৰিব শেষ হাঁহি ?

Last Updated : Mar 10, 2022, 2:21 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.