ETV Bharat / bharat

Psyllium husk: ওজন হ্ৰাসৰ লগতে কোষ্ঠকাঠিন্যৰ দৰে সমস্যাৰ পৰা উপশম পাবলৈ দৈনিক গ্ৰহণ কৰক এইবিধ সামগ্ৰী - শাৰীৰিক ব্যায়াম

মেদবহুলতা হ্ৰাস কৰাটো কাৰো বাবে সহজ নহয়, কাৰণ ইয়াৰ বাবে বহুবাৰ জিমত বহু শাৰীৰিক ব্যায়াম কৰিবলগীয়া হয় । এনে পৰিস্থিতিত যদি আপুনিও ওজন কমাব বিচাৰে তেন্তে দৈনিক মাত্ৰ এইবিধ সামগ্ৰী সেৱন কৰি সহজেই নিজৰ ওজন কমাব পাৰিব (Psyllium husk)।

Psyllium husk helps you to lose your weight
ওজন হ্ৰাস কৰাৰ লগতে কোষ্ঠকাঠিন্যৰ দৰে সমস্যাৰ পৰা উপশম পাবলৈ দৈনিক গ্ৰহণ কৰক এইবিধ সামগ্ৰী
author img

By

Published : May 2, 2023, 7:39 PM IST

মেদবহুলতা কম কৰাটো কাৰো বাবে সহজ নহয়, ইয়াৰ বাবে বহুত কষ্টৰ প্ৰয়োজন । একে সময়তে ক'ৰ'না মহামাৰী আৰম্ভ হোৱাৰ পিছত লকডাউন আৰু ঘৰৰ পৰা (Work From Home) কাম কৰা সংস্কৃতিৰ বাবে মানুহৰ ওজন দ্ৰুতগতিত বৃদ্ধি পাইছে যদিও এতিয়া তেওঁলোকৰ ওজন কমাবলৈ অতি কঠিন হৈ পৰিছে (Coronavirus Pandemic) । এনে পৰিস্থিতিত যদি আপুনিও বিচাৰে ওজন কমাবলৈ, তেন্তে আপুনি দৈনিক Isabgol খোৱা আৰম্ভ কৰিব পাৰে (Lockdown)। জানো আহক ইছাবগোল সেৱন কৰিলে কি কি লাভ হয়...

ওজন কম হয়

যদি আপুনি বৃদ্ধি পোৱা ওজন কম কৰিব বিচাৰে, তেন্তে আপুনি ঘৰুৱা আৰু সহজ উপায় গ্ৰহণ কৰিব পাৰে (Health Care Tips)। আকাংক্ষিত ফলাফল পাবলৈ আপুনি দৈনিক খাদ্যত Isabgol গ্ৰহণ কৰিব পাৰে (Health Care Tips)।

ইয়াক গ্ৰহণ কৰাটো উপকাৰী

ইছাবগোলক চাইলাম হাস্ক বুলিও জনা যায় (Health Care Tips)। ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থাকে, যিয়ে মলত্যাগত সহায় কৰে আৰু এনজাইমে খাদ্য ভালদৰে হজম কৰে । Isabgolৰ সুফল কেৱল ওজন কমোৱাই নহয়, ই ৰক্তচাপ আৰু হৃদৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে । ই প্ৰিবায়’টিক হিচাপে কাম কৰে (Weight Loss Food)। ইয়াৰ ব্যৱহাৰে কলেষ্টেৰলৰ মাত্ৰাও হ্ৰাস কৰে (Health News)।

Isabgol এ ওজন কেনেকৈ হ্ৰাস কৰে ?

ইছাবগোলত কেলৰি খুব কম পৰিমাণে পোৱা যায় যদিও ইয়াক খোৱাৰ ফলত বেছি দিনলৈ ভোক নাথাকে কাৰণ পেটটো ভৰি থকা অনুভৱ হয়, যদি আপুনি দৈনিক ৰাতিপুৱা ব্ৰেকফাষ্টত খায় তেন্তে ওজন দ্ৰুতগতিত কমি যাব আৰু পেটৰ চৰ্বিও কমি যাব (Health Tips) ৷

Isabgol কেনেকৈ ব্যৱহাৰ কৰিব ?

ইছাবগোল পানী বা ৰসৰ লগত মিহলাই খাব পাৰে । কিছুমানে চিৰাপ প্ৰস্তুত কৰি পান কৰে । যদি ২ চামুচ ইছাবগোল পানীত মিহলি কৰা হয়, তেন্তে ই এগিলাচত ভৰি পৰে । সাধাৰণতে মানুহে ৰাতিপুৱা খালী পেটত খায়, কিন্তু দিনটোত দুবাৰকৈ খাব পাৰে (Weight Loss Food)।

এই প্ৰতিবেদন কেৱল সাধাৰণ তথ্যৰ ওপৰত ভিত্তি কৰিহে আগবঢ়োৱা হৈছে অধিক জানিবৰ বাবে আপোনাৰ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক...

লগতে পঢ়ক: Sabja Seeds Benefits: কেৱল তুলসীয়েই নহয় ইয়াৰ বীজো আয়ুৰ্বেদৰ এক বৰদান; বহু ৰোগ নিৰাময় কৰে এই বীজে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.