ETV Bharat / bharat

Commercial LPG cylinder price cut: আজিৰ পৰা হ্ৰাস পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য - Commercial LPG cylinder price cut from August 1

পহিলা আগষ্টৰ পৰা হ্ৰাস পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ৷ 36 টকাকৈ হ্ৰাস পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য (Commercial LPG cylinder price cut from August 1) ৷

Price of commercial LPG cut down by Rs 36
1 আগষ্টৰ পৰা 36 টকাকৈ হ্ৰাস পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য
author img

By

Published : Aug 1, 2022, 10:34 AM IST

নেশ্যনেল ডেস্ক, 1 আগষ্ট : মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণক জুৰুলা কৰি ৰখাৰ মাজতেই আগষ্টৰ পহিলা দিনটোতেই দেশজুৰি হ্ৰাস পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য (Commercial LPG cylinder price cut)৷ সোমবাৰ অৰ্থাৎ আজিৰ পৰা দেশজুৰি বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য 36 টকাকৈ হ্ৰাস কৰা হৈছে(Commercial LPG cylinder price cut from August 1)। ইণ্ডিয়ান অইল কৰ্তৃপক্ষই জনোৱা অনুসৰি দিল্লীকে ধৰি কেইবাখনো ৰাজ্যত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য 36 টকাকৈ হ্ৰাস কৰা হৈছে (Price of commercial LPG cut down by Rs 36)৷

বৰ্তমান দিল্লীত হৈ থকা 19 কিলোগ্ৰাম বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য 2012.50 টকাৰ পৰিৱৰ্তে 1976.50 টকা, মুম্বাইত 1972.50 টকাৰ পৰিৱৰ্তে 1936.50 টকা ৷ কলকাতাত 2132 টকাৰ পৰিৱৰ্তে 2095.50 টকা ৷ চেন্নাইত 2177.50 টকাৰ পৰিৱৰ্তে 2,141 টকা ৷ বাংগালুৰুত 2063.50 টকা আৰু হায়দৰাবাদত 2197.50 টকা ৷

ইয়াৰ পূৰ্বে 6 জুলাইত 19 কিলোগ্ৰাম বাণিজ্যিক চিলিণ্ডাৰৰ হাৰ প্ৰতি ইউনিটত 8.5 টকা হ্ৰাস কৰা হৈছিল । তাৰ পিছত দিল্লী, কলকাতা, মুম্বাই আৰু চেন্নাইৰ লগতে কেবাখনো ৰাজ্যত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ক্ৰমান্বয়ে 2,012.50 টকা, 2,132.00 টকা, 1,972.50 টকা আৰু 2,177.50 টকাকৈ নিৰ্ধাৰিত কৰা হৈছিল ৷ সেইদিনাই ঘৰুৱা চিলিণ্ডাৰৰ মূল্য প্ৰতি ইউনিটত 50 টকা বৃদ্ধি কৰা হৈছিল ৷

লগতে পঢ়ক: Commercial LPG cylinder price cut: 1 জুনৰ পৰা ১৩৫ টকালৈ হ্ৰাস পালে মূল্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.