ETV Bharat / bharat

অটল বিহাৰী বাজপেয়ীৰ প্ৰতি ৰাষ্ট্ৰপতি আৰু দেশৰ শীৰ্ষ নেতাসকলৰ শ্ৰদ্ধাঞ্জলি - PM Modi pays tribute to Atal Bihari Vajpayee

আজি ভাৰতৰ প্ৰতিখন ৰাজ্যতে প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ জন্ম জয়ন্তী উদযাপন কৰা হৈছে (Atal Bihari Vajpayee birth anniversary)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুকে ধৰি বিজেপি দলৰ শীৰ্ষ নেতাসকলে প্ৰয়াত নেতাগৰাকীৰ স্মাৰকত পুষ্পাঞ্জলি অৰ্পণ কৰে ।

Atal Bihari Vajpayee birth anniversary
অটল বিহাৰী বাজপেয়ীৰ প্ৰতি ৰাষ্ট্ৰপতি আৰু দেশৰ শীৰ্ষ নেতাসকলৰ শ্ৰদ্ধাঞ্জলি
author img

By ETV Bharat Assamese Team

Published : Dec 25, 2023, 12:55 PM IST

নেশ্যনেল ডেস্ক,২৫ ডিচেম্বৰ : আজি স্বাধীন ভাৰতৰ দশম প্ৰধানমন্ত্ৰী 'ভাৰত ৰত্ন' প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ জন্ম জয়ন্তী । সমগ্ৰ দেশে আজি স্মৰণ কৰিছে প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীক । ইয়াৰ অংশস্বৰূপে দেশৰ ৰাষ্ট্ৰপতিকে ধৰি শীৰ্ষ ৰাজনৈতিক নেতাসকলে অটল বিহাৰী বাজপেয়ীৰ সমাধিত পুষ্পাঞ্জলি অৰ্পণ কৰে ।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে পুৱাই অটল বিহাৰী বাজপেয়ীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । লগতে প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু বিজেপি সভাপতি জে পি নাড্ডা, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ, কিৰেন ৰিজজু আৰু আন কেইবাগৰাকী নেতাই দিল্লীস্থিত তেওঁৰ স্মাৰক 'সদেৱ অটল'ত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

সামাজিক মাধ্যমৰ এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, "প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্ম জয়ন্তীত দেশৰ হৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো । ভাৰতৰ প্ৰগতি ত্বৰান্বিত কৰাৰ বাবে তেওঁৰ জীৱনজোৰা সমৰ্পণ এক স্থায়ী অনুপ্ৰেৰণা হৈ আছে ।"

  • पूर्व प्रधानमंत्री आदरणीय अटल बिहारी वाजपेयी जी को उनकी जयंती पर देश के सभी परिवारजनों की ओर से मेरा कोटि-कोटि नमन। वे जीवनपर्यंत राष्ट्र निर्माण को गति देने में जुटे रहे। मां भारती के लिए उनका समर्पण और सेवा भाव अमृतकाल में भी प्रेरणास्रोत बना रहेगा। pic.twitter.com/RfiKhMb27x

    — Narendra Modi (@narendramodi) December 25, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

গৃহ মন্ত্ৰী অমিত শ্বাহে ভাৰতৰ পাৰমাণৱিক পৰীক্ষা আৰু কাৰ্গিল যুদ্ধৰ সময়ত তেওঁৰ নেতৃত্বৰ কথা উল্লেখ কৰি জাতীয়তাবাদী ৰাজনীতিক নতুন ৰূপ দিয়াত অটল বিহাৰী বাজপেয়ীৰ গুৰুত্বপূৰ্ণ ভূমিকা স্বীকাৰ কৰি তেওঁৰ নিস্বাৰ্থ সেৱাৰ কথা স্মৰণ কৰে । তেওঁ বাজপেয়ীৰ সুশাসনৰ দৃষ্টিভংগীৰ ওপৰতো গুৰুত্ব আৰোপ কৰে ।

  • पूर्व प्रधानमंत्री श्रद्धेय अटल बिहारी वाजपेयी जी की जयंती पर उनका स्मरण कर उन्हें नमन करता हूँ।

    अटल जी ने निःस्वार्थ भाव से देश व समाज की सेवा की और भाजपा की स्थापना के माध्यम से देश में राष्ट्रवादी राजनीति को नई दिशा दी। जहाँ एक ओर उन्होंने परमाणु परीक्षण और कारगिल युद्ध में… pic.twitter.com/KoWKX4nput

    — Amit Shah (@AmitShah) December 25, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই বাজপেয়ীক ভাৰতীয় ৰাজনীতিৰ এক অনুকৰণীয় ব্যক্তি হিচাপে প্ৰশংসা কৰে । লগতে ৰাষ্ট্ৰীয় উন্নয়ন আৰু অক্লান্ত ৰাজহুৱা সেৱাৰ প্ৰতি তেওঁৰ অটল প্ৰতিশ্ৰুতিৰ ওপৰতো আলোকপাত কৰে ।

  • परम श्रद्धेय 'भारत रत्न' अटल बिहारी वाजपेयी जी की जयंती पर समाधि स्थल 'सदैव अटल' जाकर उन्हें पुष्पांजलि अर्पित की।

    अटल जी ने सिद्धांत व विचारधारा के स्तंभों पर आधारित राजनीतिक युग का आरंभ करने के साथ गरीब कल्याण और सुशासन की समावेशी आधारशिला रखी।
    राष्ट्र को समर्पित उनका जीवन… pic.twitter.com/YCbSWkuxC9

    — Jagat Prakash Nadda (@JPNadda) December 25, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইফালে বিজেপিয়ে দেশজুৰি অটল বিহাৰী বাজপেয়ীৰ অৱদানক সন্মান জনোৱাৰ বাবে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে । বাজপেয়ীৰ ৯৯ সংখ্যক জন্ম জয়ন্তী উপলক্ষ্যে বিজেপিয়ে ঠায়ে ঠায়ে 'সুশাসন দিৱস' পালন কৰা দেখা গৈছে । ১৯২৪ চনৰ ২৫ ডিচেম্বৰত মধ্য প্ৰদেশৰ গোৱালিয়ৰত জন্মগ্ৰহণ কৰা বাজপেয়ীয়ে তিনিবাৰকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।

লগতে পঢ়ক :দেশবাসীক প্ৰধানমন্ত্ৰী আৰু ৰাহুল গান্ধীৰ বৰদিনৰ শুভেচ্ছা

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.