ETV Bharat / bharat

এইবছৰৰ শেহৰ ফালে জম্মু-কাশ্মীৰৰ সাধাৰণ নিৰ্বাচন হোৱাৰ সম্ভাৱনা

author img

By

Published : Jun 17, 2022, 6:46 PM IST

জম্মু-কাশ্মীৰত এইবছৰৰ শেহৰ ফালে সাধাৰণ নিৰ্বাচন হোৱাৰ সম্ভাৱনা (Jammu Kashmir assembly elections)৷ শ্ৰীনগৰত এই কথা ব্যক্ত কৰিলে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷

Jammu Kashmir assembly elections
Jammu Kashmir assembly elections

নিউজ ডেস্ক, 17 জুন: কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বৃহস্পতিবাৰে কয় যে, এই বছৰৰ শেষৰ ফালে জম্মু কাশ্মীৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে (Jammu Kashmir assembly elections)। সিঙে উল্লেখ কৰে যে, কেন্দ্ৰীয় শাসিত অঞ্চলত সীমা নিৰ্ধাৰণৰ অনুশীলন সমাপ্ত কৰা হৈছে (Delimitation exercise in Jammu Kashmir)। "শেহতীয়াকৈ, জম্মু-কাশ্মীৰত সীমানিৰ্ধাৰণৰ অনুশীলন সমাপ্ত হৈছে । এতিয়া, জম্মুত 43 খন আসন থাকিব আৰু কাশ্মীৰত বিধানসভাত 47 খন আসন থাকিব । জম্মু-কাশ্মীৰত এই বছৰৰ শেষৰ ফালে নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সম্ভাৱনা আছে", সিঙে কয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.