ETV Bharat / bharat

'মন কী বাত'ত ভাৰতীয় ক্ৰিকটে দলক প্ৰশংসা মোডীৰ - appreciation further strengthens our resolve to perform under pressure

প্ৰধানমন্ত্ৰী মোদীয়ে দেওবাৰে তেওঁৰ 'মন কি বাত' সম্বোধনত যথাযথভাৱে প্ৰশংসা কৰা দেখ যায় । প্ৰধানমন্ত্ৰী গৰাকীৰ এই প্ৰশংসাৰ পিছতে বিজয়ী দলটোৰ মুখ্য় প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে টুইটযোগে প্ৰধানমন্ত্ৰী গৰাকীক ধন্য়বাদ জ্ঞাপন কৰে ।

'মন কী বাত'ত ভাৰতীয় ক্ৰিকটে দলক প্ৰশংসা মোডীৰ

author img

By

Published : Jan 31, 2021, 8:39 PM IST

নিউজ ডেস্ক , ৩১ জানুৱাৰী : শেহতীয়াকৈ পুৰুষৰ ভাৰতীয় ক্ৰিকেট দলটোৱে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ঐতিহাসিক বিজয় সাব্য়স্ত কৰাৰ পিছতে সকলো ফালে প্ৰশংসাৰ বৰষুণ পৰা দেখিবলৈ পোৱা গৈছিল । ভাৰতীয় ক্ৰিকেট দলটোৰ কেইবগৰাকী মুখ্য খেলুৱৈৰ আঘাত আৰু নিয়মীয়া অধিনায়ক বিৰাট কোহলীৰ অনুপস্থিতিত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলাত ঐতিহাসিক বিজয় সাব্য়স্ত কৰাত গৌৰন্বিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীও । দলটোৰ প্ৰচেষ্টাক প্ৰধানমন্ত্ৰী মোদীয়ে দেওবাৰে তেওঁৰ 'মন কি বাত' সম্বোধনত যথাযথভাৱে প্ৰশংসা কৰা দেখ যায় । তেওঁ দেশবাসীক উদ্দেশি কয় যে এই মাহত খেল পথাৰৰ পৰাও ভাল খবৰ আহিছে । লগতে কয় যে দলটোৰ কঠোৰ পৰিশ্ৰম আৰু দলটোৰ কাম অনুপ্ৰেৰণাদায়ক ।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলাত ঐতিহাসিক বিজয় ভাৰতৰ

প্ৰধানমন্ত্ৰী গৰাকীৰ এই প্ৰশংসাৰ পিছতে বিজয়ী দলটোৰ মুখ্য় প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে টুইটযোগে প্ৰধানমন্ত্ৰী গৰাকীক ধন্য়বাদ জ্ঞাপন কৰে । লগতে তেওঁ কয় যে অষ্ট্ৰেলিয়াত ভাৰতীয় ক্ৰিকেট দলৰ শেহতীয়া বিজয়ৰ ওপৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাৰ কথাবোৰে ভৱিষ্যতে অধিক চাপত খেলা খেলসমূহৰ বাবে দলটোক সাহস যোগাব।

  • Thank you, Sir. Your kind words will further strengthen #TeamIndia and 🇮🇳’s resolve to perform under pressure and in trying circumstances. Jai Hind ! https://t.co/yQQN9nh8Ab

    — Ravi Shastri (@RaviShastriOfc) January 31, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

ইফালে শেহতীয়াকৈ হাস্পতালৰ পৰা ঘৰলৈ অহা বিচিচিআইৰ অধ্য়ক্ষ তথা প্ৰাক্তন অধিনায়ক সৌৰভ গাঙ্গুলীয়েও টুইটযোগে প্ৰধানমন্ত্ৰী গৰাকীক ধন্য়বাদ জ্ঞাপন কৰে । লগতে বিচিচিআইৰ সচিব জয় শ্বাহেও উৎসাহজনক কথাৰ বাবে প্ৰধানমন্ত্ৰী গৰাকীক ধন্যবাদ জ্ঞাপন কৰে ।

  • Sincere thanks and gratitude to Honourable Prime minister for recognising the performance of the Indian cricket team in australia..

    — Sourav Ganguly (@SGanguly99) January 31, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে পঢ়ক :বিমানকোঠ নিৰ্মাণৰ নামত ভয়ংকৰ কেলেংকাৰী, প্ৰতাৰনাৰ বলি চাকমা শৰনাৰ্থী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.