ETV Bharat / bharat

ৰামকৃষ্ণ মিছনৰ মাহিলী পত্ৰিকা 'প্ৰবুদ্ধ ভাৰত'ৰ ১২৫ তম বাৰ্ষিক উদযাপন - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই বাৰ্ষিকী উদযাপন সম্বোধন কৰিব

৩১ জানুৱাৰীত স্বামী বিবেকানন্দই আৰম্ভ কৰা ৰামকৃষ্ণ মিছনৰ মাহিলী পত্ৰিকা 'প্ৰবুদ্ধ ভাৰত'ৰ ১২৫ তম বাৰ্ষিক উদযাপন কৰা হ'ব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই বাৰ্ষিকী উদযাপনত কৰিব সম্বোধন ।

ৰামকৃষ্ণ মিছনৰ মাহিলী পত্ৰিকা 'প্ৰবুদ্ধ ভাৰত'ৰ ১২৫ তম বাৰ্ষিক উদযাপন

author img

By

Published : Jan 29, 2021, 8:59 PM IST

নিউজ ডেস্ক, ২৯ জানুৱাৰী: ৩১ জানুৱাৰীত স্বামী বিবেকানন্দই আৰম্ভ কৰা ৰামকৃষ্ণ মিছনৰ মাহিলী পত্ৰিকা 'প্ৰবুদ্ধ ভাৰত'ৰ ১২৫ তম বাৰ্ষিক উদযাপন কৰা হ'ব । এই বাৰ্ষিকী উদযাপনত সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । উত্তৰাখণ্ডৰ মায়াৱতী অদ্বৈত আশ্ৰমৰ উদ্যোগত এই অনুষ্ঠানটো আয়োজন কৰা হ'ব ।

উল্লেখ্য যে, ১৮৯৬ চনত চেন্নাইৰ পৰা 'প্ৰবুদ্ধ ভাৰত' পত্ৰিকাৰ প্ৰকাশন আৰম্ভ কৰা হৈছিল । পৰৱৰ্তী সময়ত ইয়াৰ আলমোৰাৰ পৰা প্ৰকাশ কৰা হৈছিল । ভাৰতৰ প্ৰাচীন আধ্যাত্মিক জ্ঞানৰ বাৰ্তা প্ৰচাৰ কৰাৰ উদ্দেশ্যে এই পত্ৰিকাখন এক গুৰুত্বপূৰ্ণ মাধ্যম হিচাপে চিহ্নিত কৰা হয় ।

১৮৯৯ চনৰ এপ্ৰিল মাহত অদ্বৈত আশ্ৰমলৈ পত্ৰিকাখনৰ প্ৰকাশনৰ স্থান স্থানান্তৰণ কৰাত ইয়াক নিৰন্তৰভাৱে তাৰ পৰা প্ৰকাশ কৰা হৈছে । এই পত্ৰিকাখন অনলাইনত উপলব্ধ কৰাৰ বাবে অদ্বৈত আশ্ৰমে ইয়াৰ কাম-কাজসমূহ অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:'মহাকুম্ভ'ত চিকিৎসা সুবিধা নিৰীক্ষণৰ দায়িত্ব এইমছক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.