নেশ্যনেল ডেস্ক, 2 নৱেম্বৰ : চতুৰ্থ শিখ গুৰু শ্ৰী গুৰু ৰামদাস জীৰ প্ৰকাশ পূৰৱ উপলক্ষ্যে সমগ্ৰ দেশবাসীলৈ শুভেচ্ছা প্ৰেৰণ কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ চ'ছিয়েল মিডিয়াৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোডীয়ে সকলোকে গুৰু ৰামদাস জীৰ শিক্ষণসমূহ মনত পেলাই দিয়ে ৷
-
Sri Guru Ramdas Ji placed great emphasis on serving others, ending all forms of inequality and discrimination. His quest for a kind and harmonious society inspires us all. Greetings on the Parkash Purab of Sri Guru Ramdas Ji.
— Narendra Modi (@narendramodi) November 2, 2020 " class="align-text-top noRightClick twitterSection" data="
">Sri Guru Ramdas Ji placed great emphasis on serving others, ending all forms of inequality and discrimination. His quest for a kind and harmonious society inspires us all. Greetings on the Parkash Purab of Sri Guru Ramdas Ji.
— Narendra Modi (@narendramodi) November 2, 2020Sri Guru Ramdas Ji placed great emphasis on serving others, ending all forms of inequality and discrimination. His quest for a kind and harmonious society inspires us all. Greetings on the Parkash Purab of Sri Guru Ramdas Ji.
— Narendra Modi (@narendramodi) November 2, 2020
টুইটাৰৰ জৰিয়তে তেওঁ কয়, "শ্ৰী গুৰু ৰামদাস জীয়ে সকলোৰে সেৱাৰ বাবে ব্ৰতী হোৱা, অসমতা আৰু বিভেদ দূৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল ৷ এখন মহান আৰু সংগত সমাজ গঢ়িবলৈ তেওঁৰ প্ৰচেষ্টাই সকলোকে উৎসাহিত কৰে ৷ সকলোকে এই শুভক্ষণত শুভেচ্ছা প্ৰেৰণ কৰিলো ৷"
পাঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্তেইন (অৱসৰপ্ৰাপ্ত) অমৰিন্দৰ সিং, ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটেও সকলোলৈ প্ৰকাশ পূৰৱৰ শুভেচ্ছা জ্ঞাপন কৰে ৷
লগতে পঢ়ক : 25 কোটি অতিক্ৰম কৰিলে PhonePe ব্যৱহাৰকাৰীৰ সংখ্যাই