ETV Bharat / bharat

ক’ভিড 19ৰ ভেকচিন প্ৰস্তুতৰ ক্ষেত্ৰত যুটীয়াভাৱে কাম কৰাৰ প্ৰতিশ্ৰুতি মোডী, জনচনৰ

author img

By

Published : Nov 27, 2020, 10:41 PM IST

BREXITৰ পৰৱৰ্তী যুগ আৰু ক’ভিডৰ পৰৱৰ্তী সময়ত ভাৰত আৰু ইংলেণ্ডৰ বাণিজ্য, বৈজ্ঞানিক গৱেষণা, বিশেষজ্ঞ আৰু ছাত্ৰৰ ভ্ৰমণ, প্ৰতিৰক্ষা আৰু সুৰক্ষাৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰাৰ সম্ভাৱনা সন্দৰ্ভতো আলোচনা কৰে ৷ জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিবলৈ ভাৰত আৰু ইংলেণ্ডে যুটীয়াভাৱে International Solar Alliance আৰু the Coalition for Disaster Resilient Infrastructure ৰ মঞ্চত কাম কাৰাৰ সন্দৰ্ভটো তেওঁলোকে বিশেষভাৱে জোৰ প্ৰদান কৰে ৷

ক’ভিড 19ৰ ভেকচিন প্ৰস্তুতৰ ক্ষেত্ৰত যুটীয়াভাৱে কাম কৰাৰ প্ৰতিশ্ৰুতি মোডী, জনচনৰ
ক’ভিড 19ৰ ভেকচিন প্ৰস্তুতৰ ক্ষেত্ৰত যুটীয়াভাৱে কাম কৰাৰ প্ৰতিশ্ৰুতি মোডী, জনচনৰ

নেশ্যনেল ডেস্ক,27 নৱেম্বৰঃ শুকুৰবাৰে ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী বোৰিছ জনচনেৰে টেলিফোনিক বাৰ্তালাপত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ দুয়ো ৰাষ্ট্ৰতে ক’ভিড 19ৰ বাবে সন্মুখীন হোৱা বিভিন্ন প্ৰত্যাহ্বান সন্দৰ্ভত আলোচনা কৰে ৷ ইয়াৰ উপৰিও ক’ভিড 19ৰ ভেকচিন প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ভাৰত আৰু ইংলেণ্ডে যুটীয়াভাৱে কাম কৰিব বুলিও প্ৰতিশ্ৰুতিবদ্ধ হয় প্ৰধানমন্ত্ৰী মোডী আৰু বোৰিচ জনচন ৷

BREXITৰ পৰৱৰ্তী যুগ আৰু ক’ভিডৰ পৰৱৰ্তী সময়ত দুয়ো দেশৰে মাজত বাণিজ্য, বৈজ্ঞানিক গৱেষণা, বিশেষজ্ঞ আৰু ছাত্ৰৰ ভ্ৰমণ, প্ৰতিৰক্ষা আৰু সুৰক্ষাৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰাৰ সম্ভাৱনা সন্দৰ্ভতো আলোচনা কৰে ৷ জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিবলৈ ভাৰত আৰু ইংলেণ্ডে যুটীয়াভাৱে International Solar Alliance আৰু the Coalition for Disaster Resilient Infrastructure ৰ মঞ্চত কাম কাৰাৰ সন্দৰ্ভটো তেওঁলোকে বিশেষভাৱে জোৰ প্ৰদান কৰে ৷

ভাৰত আৰু ইংলেণ্ডৰ অংশীদাৰিত্বৰ বাবে এটি উচ্চাকাংক্ষী দীৰ্ঘ্যম্যাদী ৰোডমেপ দ্ৰুতভাৱে প্ৰস্তুত ক্ষেত্ৰত কাম কৰি যোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে দুয়ো দেশৰ নেতাই ৷

লগতে পঢ়ত-ত্ৰিদেশীয় বৈঠকৰ বাবে কলম্বোত উপস্থিত অজিত ডোভাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.