ETV Bharat / bharat

দেশবাসীক লোহৰীৰ শুভেচ্ছা প্ৰধানমন্ত্ৰী মোদীৰ - সুস্বাস্থ্যবান

সমগ্ৰ দেশবাসীক লোহৰীৰ শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ লোহৰীৰ শুভেচ্ছা জনাই সকলোৰে সুস্বাস্থ্য কামনা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

PM greets people on Lohri
দেশবাসীক লহৰীৰ শুভেচ্ছা প্ৰধানমন্ত্ৰী মোদীৰ
author img

By

Published : Jan 13, 2021, 10:13 PM IST

নেশ্যনেল ডেস্ক,13 জানুৱাৰী : বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশবাসীক লোহৰীৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ লোহৰীৰ শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰী মোদীয়ে সকলোৰে সুস্বাস্থ্য কামনা কৰে ৷

  • Happy Lohri! We pray that there is joy and good health everywhere. May this special occasion further compassion and kindness all across.

    — Narendra Modi (@narendramodi) January 13, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

এক টুইটযোগে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "শুভ লোহৰী ! আমি প্ৰাৰ্থনা কৰিছো যাতে সকলোতে আনন্দ বিৰাজ কৰাৰ লগতে সকলো সু-স্বাস্থ্যবান হৈ থাকে ৷ এই বিশেষ উৎসৱে যাতে সকলোৰে উজ্বল ভৱিষ্যত কঢ়িয়াই আনে তথা মানৱতাৰ বান্ধোন সুদৃঢ় কৰি তোলে ৷"

উল্লেখ্য যে, লোহৰী হৈছে পাঞ্জাৱ আৰু হাৰিয়ানাত খেতি চপোৱাৰ পাছত উদযাপন কৰা উৎসৱ ৷ ৰাইজে পৰম্পৰাগতভাৱে এই উৎসৱ উদযাপন কৰি আনন্দ কৰে ৷ এই উৎসৱৰ লগত সংগতি ৰাখি বিভিন্ন পৰম্পৰাগত গীত-মাত আদিও পৰিবেশন কৰা হয় ৷

লগতে পঢ়ক: মধ্য প্ৰদেশৰ সুৰা ট্ৰেজেডিত মৃতকৰ সংখ্যা 21 লৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.