ETV Bharat / bharat

DRDOৰ সফলতাঃ আন্দামানত সম্পন্ন বহ্মাস্ত্ৰ ক্ৰুজ মিছাইলৰ সফল পৰীক্ষণ

বহ্মাস্ত্ৰ চুপাৰচোনিক ক্ৰুজ মিছাইলে 400 কিলোমিটাৰ দূৰৈত অৱস্থিত নিৰ্ধাৰিত লক্ষ্যক, নিৰ্ধাৰিক সময়ৰ ভিতৰত ধ্বংসস্তুপত পৰিণিত কৰিব পাৰে ৷ এই সফলতাৰ পাছতে ইয়াক বিকশিত কৰা ৰক্ষা অনুসন্ধান আৰু বিকাশ সংস্থা (DRDO) ক সামাজিক মাধ্যমত অজস্ৰ লোকে অভিনন্দন জনোৱা পৰিলক্ষিত হৈছে ৷

Only 'defensive' version of India's Brahmos missile for export
DRDOৰ সফলতাঃ আন্দামানত সম্পন্ন বহ্মাস্ত্ৰ ক্ৰুজ মিছাইলৰ সফল পৰীক্ষণ
author img

By

Published : Nov 25, 2020, 9:06 PM IST

নিউজ ডেস্ক, 25 নৱেম্বৰ : ভাৰতে নিজৰ সবাতোকৈ শক্তিশালী বহ্মাস্ত্ৰ চুপাৰচোনিক ক্ৰুজ মিছাইলৰ মঙলবাৰে সফল পৰীক্ষণ কৰে ৷ 4300 কিলোমিটাৰ প্ৰতিঘণ্টা বেগেৰে গতি কৰি যিকোনো শত্ৰু পক্ষক আক্ৰমণ কৰিব পৰা মিছাইলৰ পৰীক্ষণ মঙলবাৰে পুৱা দহ বজাত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ এক অজ্ঞাত দ্বীপৰ পৰা কৰা হয় ৷

এই বহ্মাস্ত্ৰই 400 কিলোমিটাৰ দূৰৈত অৱস্থিত নিৰ্ধাৰিত লক্ষ্যক, নিৰ্ধাৰিক সময়ৰ ভিতৰত ধ্বংসস্তুপত পৰিণিত কৰিব পাৰে ৷ এই সফলতাৰ পাছতে ইয়াক বিকশিত কৰা ৰক্ষা অনুসন্ধান আৰু বিকাশ সংস্থা (DRDO) ক সামাজিক মাধ্যমত অজস্ৰ লোকে অভিনন্দন জনোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: বাহৰেইনত 200 বছৰ পুৰণি হিন্দু মন্দিৰ দৰ্শন জয়শংকৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.