ETV Bharat / bharat

Air Force soldier found dead: নাছিকত বায়ু সেনাৰ এগৰাকী সৈনিকৰ ৰহস্যজনক মৃত্যু - বায়ু সেনাৰ সৈনিকক মৃত অৱস্থাত উদ্ধাৰ

নাছিকৰ এয়াৰ ফৰ্চ ষ্টেচনত (Air Force station in Nashik)কৰ্তব্যৰত অৱস্থাত এগৰাকী বায়ু সেনাৰ সৈনিকক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে (Air Force soldier found dead) ৷

On-duty Air Force soldier dies of gunshot wounds in Nashik
নাছিকত বায়ু সেনাৰ এগৰাকী সৈনিকৰ ৰহস্যজনক মৃত্যু
author img

By

Published : Oct 22, 2022, 9:54 PM IST

নেশ্যনেল ডেস্ক, 22 অক্টোবৰ: কানপুৰৰ নাছিকত অঘটন ৷ শুকুৰবাৰে নাছিকৰ এয়াৰ ফৰ্চ ষ্টেচনত (Air Force station in Nashik)কৰ্তব্যৰত অৱস্থাত এগৰাকী বায়ু সেনাৰ সৈনিকক মৃত অৱস্থাত উদ্ধাৰ কৰা হয় (Air Force soldier found dead) ৷

মৃত সৈনিকজনৰ নাম বীৰেন্দ্ৰ পাল (27) বুলি জানিব পৰা গৈছে ( Soldier found dead with gunshot) ৷ বীৰেন্দ্ৰ পাল (Air Force soldier Virender Pal ) ঘাটমপুৰ কোতৱালী অঞ্চলৰ ফতেহপুৰ গাঁৱৰ বাসিন্দা (Virender Pal resident of Fatehpur village)।

ঘটনা অনুসৰি বীৰেন্দ্ৰই প্ৰতিদিনৰ দৰে কৰ্তব্যৰত সময়ত কোঠাৰ বাহিৰত পাইছাৰী কৰি আছিল ৷ তাৰ অলপ সময়ৰ পিছতে কোঠাৰ ভিতৰলৈ সোমাই যায় বীৰেন্দ্ৰ ৷ তেওঁ কোঠালৈ যোৱাৰ অলপ সময়ৰ পিছতে কোঠাৰ ভিতৰৰ পৰা গুলীৰ শব্দ শুনা পোৱা গৈছিল ৷

লগতে পঢ়ক: Murder in Kalgachia: বোৱাৰীৰ ৰহস্যজনক মৃত্যুক লৈ কলগাছিয়াত চাঞ্চল্য

লগে লগে বায়ু সেনা ছাউনীত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ গুলীৰ শব্দ শুনি অন্য সেনা জোৱানসকলেও গুলীৰ শব্দৰ উৎস বিচাৰি অৱশেষত বীৰেন্দ্ৰক কোঠাৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ কৰে (Virender died due to bullet injuries) ৷ বীৰেন্দ্ৰৰ মৃতদেহ উদ্ধাৰ কৰি বায়ু সেনা ছাউনীৰ পৰা বীৰেন্দ্ৰৰ জেষ্ঠ্য ভাতৃলৈ ফোনযোগে অৱগত কৰে ৷

মহাৰাষ্ট্ৰৰ নাছিক বায়ু সেনা কেন্দ্ৰৰ অস্ত্রাগাৰত নিযুক্তি দিয়া হৈছিল বীৰেন্দ্ৰক । ঘটনাৰ সন্দৰ্ভত বীৰেন্দ্ৰৰ পৰিয়ালে এক নিৰপেক্ষ তদন্ত কৰিবলৈ দাবী উত্থাপন কৰিছে ৷ অৱশ্যে এতিয়ালৈকে বীৰেন্দ্ৰৰ মৃত্যুৰ সন্দৰ্ভত কোনো তথ্য পোৱা হোৱা নাই ৷ সম্প্ৰতি বীৰেন্দ্ৰৰ মৃতদেহ মৰোণোত্তৰ পৰীক্ষালৈ প্ৰেৰণ কৰাৰ লগতে বীৰেন্দ্ৰৰ ৰহস্যজনক মৃত্যুৰ সন্দৰ্ভত তদন্ত আৰম্ভ হৈছে ৷

লগতে পঢ়ক: Arunachal Helicopter Tragedy : অৰুণাচলত বিগত ১২ বছৰত ৮ হেলিকপ্টাৰ, ২ মালবাহী বিমান দুৰ্ঘটনগ্ৰস্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.