ETV Bharat / bharat

মিজোৰামত হ্ৰাস ক’ভিডৰ সংক্ৰমণ - মিজোৰামৰ Covid19 আপডেত

মিজোৰামত ক্ৰমাৎ হ্ৰাস পাইছে ক’ভিডৰ সংক্ৰমণ ৷ 21 ফেব্ৰুৱাৰীত মিজোৰামত 327 টা কৰ’ণাৰ ৰেপিড এণ্টিজেন টেষ্ট কৰা হৈছে ৷ কিন্তু সেই পৰীক্ষাত ধৰা পৰা নাই কোনো ৰোগী ৷ 22 ফেব্ৰুৱাৰীলৈকে মিজোৰামত 22 গৰাকীৰ দেহত মহামাৰীবিধৰ উপস্থিতি ধৰা পৰিছে ৷

মিজোৰামত হ্ৰাস ক’ভিডৰ সংক্ৰমণ
মিজোৰামত হ্ৰাস ক’ভিডৰ সংক্ৰমণ
author img

By

Published : Feb 23, 2021, 7:22 AM IST

মিজোৰাম,23 ফেব্ৰুৱাৰীঃ ৰাজ্যত মহামাৰী কৰ’ণা ভাইৰাছক লৈ পুনৰ শংকিত হৈ থকাৰ সময়তে দেশবাসীলৈ এক সু-খবৰ আহিছে ৷ 21 ফেব্ৰুৱাৰীত মিজোৰামত নতুনকৈ Covid-19 ৰ কোনো ৰোগী চিনাক্ত হোৱা নাই ৷

জোৰাম মেডিকেল কলেজ (ZMC) বা বিভিন্ন জিলাৰ পৰীক্ষাগাৰসমূহত Covid-19 ৰ কোনো ধৰণৰ নমুনা পৰীক্ষা কৰা হোৱা নাই ৷ কিয়নো 21 ফেব্ৰুৱাৰীত 327 টা কৰ’ণাৰ ৰেপিড এণ্টিজেন টেষ্ট কৰা হৈছে ৷ কিন্তু সেই পৰীক্ষাত ধৰা পৰা নাই কোনো ৰোগী ৷

উল্লেখ্য যে, 22 ফেব্ৰুৱাৰীলৈকে মিজোৰামত 22 গৰাকীৰ দেহত ভাইৰাছবিধৰ অৱস্থিতি ধৰা পৰিছে ৷

লগতে পঢ়কঃ বিনা প্ৰতিদ্বন্দিতাৰে ৰাজ্যসভালৈ পুনৰ নিৰ্বাচিত বিশ্বজিৎ দৈমাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.