ETV Bharat / bharat

NIA ARRESTS IPS OFFICER: উগ্ৰপন্থীক গোপন তথ্য যোগান ধৰি গ্ৰেপ্তাৰ হ’ল আইপিএচ বিষয়া

author img

By

Published : Feb 18, 2022, 8:19 PM IST

লস্কৰ-ই-তৈবাক গোপন তথ্য যোগান ধৰি গ্ৰেপ্তাৰ হ’ল এজন আইপিএছ বিষয়া (NIA arrests IPS officer)৷ ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা(NIA)য়ে শুকুৰবাৰে গ্ৰেপ্তাৰ কৰে প্ৰাক্তন আৰক্ষী অধীক্ষক তথা আইপিএছ বিষয়া অৰবিন্দ দিগ্বিজয় নেগীক ৷

NIA ARRESTS IPS OFFICER
উগ্ৰপন্থীক গোপন তথ্য যোগান ধৰি গ্ৰেপ্তাৰ হ’ল আইপিএচ বিষয়া

নেশ্যনেল ডেস্ক: নিষিদ্ধঘোষিত সংগঠন লস্কৰ-ই-তৈবাক গোপন তথ্য যোগান ধৰি গ্ৰেপ্তাৰ হ’ল এজন আইপিএছ বিষয়া(NIA arrests IPS officer) ৷ ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা(NIA)য়ে শুকুৰবাৰে গ্ৰেপ্তাৰ কৰে প্ৰাক্তন আৰক্ষী অধীক্ষক তথা আইপিএছ বিষয়া অৰবিন্দ দিগ্বিজয় নেগীক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.