ETV Bharat / bharat

আইজল পৌৰ নিগমৰ নৱ নিৰ্বাচিত কাউন্সিলাৰৰ শপত গ্ৰহণ

আইজল পৌৰ নিগমৰ কাৰ্যালয়ত সোমবাৰে আইজল পৌৰ নিগমৰ নৱ নিৰ্বাচিত কাউন্সিলাৰ সকলৰ শপত গ্ৰহণ ৷ আইজল পৌৰ নিগমৰ নিৰ্বাচনত শাসনাধীষ্ঠ এমএনএফে 11 খন আসন দখল কৰাৰ পৰিৱৰ্তে জেপিএমে 6 খন আৰু আইএনচিয়ে 2 খন আসন লাভ কৰে ৷

newly elected councillors of aizawl municipal corporation administered oath

author img

By

Published : Mar 1, 2021, 10:55 PM IST

নেচনেল ডেস্ক, 1 মাৰ্চ: সোমবাৰে আইজল পৌৰ নিগমৰ নৱ নিৰ্বাচিত কাউন্সিলাৰ সকলৰ শপত গ্ৰহণ অনুষ্ঠিত হয় ৷ আইজলৰ থুৱামপুইত অৱস্থিত আইজল পৌৰ নিগমৰ কাৰ্যালয়ত আইজলৰ জিলা দণ্ডাধীশে নৱনিৰ্বাচিত কাউন্সিলাৰ সকলৰ শপত গ্ৰহণ কৰাই ৷

newly elected councillors of aizawl municipal corporation administered oath
19 জনীয়া সদস্যৰ নিগমত মহিলা সদস্যাৰ সংখ্যা 8 গৰাকীলৈ বৃদ্ধি

ৱাৰ্ড নং 1 ৰ কাউন্সিলৰ লালৰিনেঙা চাইলো মেয়ৰ হিচাপে নিৰ্বাচিত হোৱাৰ পৰিৱৰ্তে ৱাৰ্ড নং 12 ৰ কাউন্সিলাৰ আৰ থাংলুৰা উপ মেয়ৰ হিচাপে নিৰ্বাচিত হয় ৷ নৱনিযুক্ত মেয়ৰ গৰাকীয়ে চাৰিগৰাকী কাউন্সিলাৰক কাৰ্যবাহী মেয়ৰ হিচাপে মনোনীত কৰে ৷

উল্লেখ্য যে, শেহতীয়াকৈ অনুষ্ঠিত আইজল পৌৰ নিগমৰ নিৰ্বাচনত শাসনাধীষ্ঠ এমএনএফে 11 খন আসন দখল কৰাৰ পৰিৱৰ্তে জেপিএমে 6 খন আৰু আইএনচিয়ে 2 খন আসন লাভ কৰে ৷ উক্ত নিৰ্বাচনত 33 শতাংশ অৰ্থাৎ 6 খন আসন মহিলাৰ বাবে সংৰক্ষিত আছিল ৷ সাধাৰণ আসনৰ পৰা জয়লাভ কৰা দুগৰাকী মহিলাৰ সৈতে 19 জনীয়া সদস্যৰ নিগমত মহিলা সদস্যাৰ সংখ্যা 8 গৰাকীলৈ বৃদ্ধি পায় ৷

লগতে পঢ়ক: প্ৰধানমন্ত্ৰী মোডী দেশৰ প্ৰকৃত নায়কঃ অনিল ভিজ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.