ETV Bharat / bharat

ৰাম মন্দিৰলৈ সংখ্যালঘু সম্প্ৰদায়ৰ 5 লাখৰ অনুদান

author img

By

Published : Jan 31, 2021, 8:16 AM IST

মুম্বাইৰ চাইন অঞ্চলত, মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ লগতে দুটাকৈ বে-চৰকাৰী সংগঠনে 5 লাখ টকাৰ আৰ্থিক সাহাৰ্য আগবঢ়াইছে ৷

মুম্বাইত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে মুছলমান সম্প্ৰদায়ৰ 5 লাখ টকাৰ আৰ্থিক সাৰ্হায

নিউজ ডেস্ক, 31 জানুৱাৰী : উচ্চতম ন্যায়ালয়ে অয্যোধাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে অনুমতি প্ৰদান কৰাৰ পিছতেই এতিয়া সমগ্ৰ ৰাজ্যুজুৰি মন্দিৰ নিৰ্মাণৰ বাবে দান সংগ্ৰহ প্ৰক্ৰিয়া আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে ৷ তাৰ মাজতে মুম্বাইৰ চাইন অঞ্চলত, মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ লগতে দুটাকৈ বে-চৰকাৰী সংগঠনে 5 লাখ টকাৰ আৰ্থিক সাহাৰ্য আগবঢ়াইছে ৷

উল্লেখযোগ্য যে, বিজেপিৰ সংখ্যালঘু কোষৰ ৰাজ্যিক সভাপতি ৱাছিম খানৰ উপস্থিতিত এই আৰ্থিক সাহাৰ্য প্ৰদান কৰে সংগঠন দুটাৰ সগতে মুছমান সম্প্ৰদায়ৰ লোকসকলে ৷ ৱাছিম খানে ভাষণ প্ৰসংগত কয় যে, ৰাম মন্দিৰ নিৰ্মাণৰ প্ৰসংগক লৈ সমগ্ৰ দেশবাসী উদ্বিগ্ন হৈ আছিল ৷ তাৰ মাজতে এনেদৰে আগবাঢ়ি আহি মুছলমান সম্প্ৰদায়ৰ লোকসকলে আৰ্থিক সাহাৰ্য প্ৰদান কৰা বিষয়টোৱে এটা সমন্বয়ৰ বাৰ্তা বহন কৰিছে ৷

উক্ত সভাখনত উপস্থিত থাকি অভিনেতা ৰাজা মুৰাডে কয় যে, দেশৰ সৰ্বোচ্চ ন্যায়ালয় হৈছে উচ্চতম ন্যায়ালয় । সেয়ে আমি ন্যায়ালয়ৰ সিদ্ধান্তক আদৰণি জনাইছো । আমি সকলোৱে ইজনে সিজনক উপাসনা কৰো । গতিকে আমি দেখি থকা সকলোৰে উপাসনা স্থানবোৰৰ প্ৰতি একেই সন্মান থকা উচিত ।

লগতে পঢ়কঃ কেৱল ভোটৰ বাবেই ১৭ হাজাৰ কোটি টকাৰ হিতাধিকাৰী ৰাজনীতি শাসকীয় চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.