ETV Bharat / bharat

দিল্লীত 15 হাজাৰতকৈ অধিক স্বাস্থ্যকৰ্মীক প্ৰদান কৰ’ণা প্ৰতিষেধক

author img

By

Published : Feb 12, 2021, 10:38 AM IST

বৃহস্পতিবাৰে দিল্লীত 15 হাজাৰতকৈ অধিক চিকিৎসা সেৱাৰ লগত জড়িত যোদ্ধাক প্ৰদান কৰা হয় মহামাৰী কৰ’ণাৰ প্ৰতিষেধক ৷

more-than-15-thousand-corona-vaccination-in-delhi
দিল্লীত 15 হাজাৰতকৈ অধিক লোকক প্ৰদান ক’ৰ’নাৰ টিকাকৰণ

নেশ্যনেল ডেস্ক, 12 ফেব্ৰুৱাৰীঃ ৰাজধানী দিল্লীত বৃহস্পতিবাৰে 15 হাজাৰতকৈ অধিক চিকিৎসা সেৱাৰ লগত জড়িত যোদ্ধাক প্ৰদান কৰা হয় মহামাৰী কৰ’ণাৰ প্ৰতিষেধক ৷

এই টীকাকৰণ মুঠ 265টা কেন্দ্ৰত প্ৰায় ৫৯.৬৪ শতাংশ আছিল । মহামাৰী কৰ’ণা ভেকচিন লোৱা ব্যক্তিৰ ভিতৰত প্ৰায় 12 জনৰ শৰীৰতেই চিহ্নিত হৈছিল ইয়াৰ প্ৰতিক্ৰিয়া ৷

বৃহস্পতিবাৰে দিল্লীত আনুষ্ঠিত হোৱা এই টীকাকৰণ কাৰ্যসূচীৰ 18 তম দিন আছিল ৷ প্ৰাপ্ত তথ্য অনুসৰি, এই টীকাকৰণ কেন্দ্ৰৰ সংখ্যা দিল্লীত ৮২লৈ বৃদ্ধি কৰা হৈছিল ।

আনহাতে পশ্চিম দিল্লীত সৰ্বাধিক টীকাকৰণ কৰা হৈছিল ৷ দক্ষিণ দিল্লীৰ ১৮১০ জন লোকক প্ৰতিষেধক জিলা অনুযায়ী প্ৰদান কৰা হৈছিল ৷ লগতে মধ্য দিল্লীত ১৮০৩ জন আৰু নতুন দিল্লীত ১৬৫৮ জন লোকক টিকাকৰণ কৰা হয় ৷

ইয়াৰ উপৰিও উত্তৰ-পশ্চিম দিল্লীত ১৬৫৫ জন, দক্ষিণ-পশ্চিম দিল্লীত ১৩৮৭ জন, দক্ষিণ পূৱ দিল্লীত ১১৩২ জন আৰু শ্বাহদাৰাত ১০৬৩ জন স্বাস্থ্য কৰ্মী তথা সন্মুখৰ যোদ্ধা সকলক প্ৰদান কৰা হয় মহামাৰী কৰ’ণাৰ প্ৰতিষেধক ৷

উল্লেখ্য যে, সমগ্ৰ দিল্লীত প্ৰতিষেধক লোৱা ব্যক্তিৰ ভিতৰত ১২ জনৰ দেহত ক’ভিড মহামাৰীৰ প্ৰতিক্ৰিয়া পৰিস্ফূত হৈছিল ৷ ইয়াৰ ভিতৰত নতুন দিল্লী এজন, দক্ষিণ পশ্চিম দিল্লীত এজন, উত্তৰ দিল্লী, শ্বাহদাৰা আৰু পশ্চিম দিল্লীত ক্ৰমে দুজন কৈ ব্যক্তিৰ দেহত চিহ্নিত হৈছিল ইয়াৰ প্ৰতিক্ৰয়া ৷

ইফালে দক্ষিণ দিল্লীতো ক’ভিড মহামাৰীৰ প্ৰতিষেধক লোৱা চাৰিজনকৈ ব্যক্তিৰ দেহতো দেখিবলৈ পোৱা গৈছিল প্ৰতিষেধকৰ প্ৰভাৱ ৷

লগতে পঢ়কঃ অখিল গগৈৰ মাতৃৰ স্বাস্থ্যৰ বুজ ল'লে শৃংখল চলিহাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.