ETV Bharat / bharat

ক’ভিডত আক্ৰান্ত হৈ মিলখা সিঙৰ পত্নীৰ মৃত্যু

author img

By

Published : Jun 14, 2021, 9:23 AM IST

মিলখা সিঙৰ পত্নী নিৰ্মলা কৌৰ(Nirmal Kaur) ক’ভিড 19 ত(COVID 19)ত আক্ৰান্ত হোৱাত 26 মে’ত ম’হালিৰ ফৰ্টিচ চিকিৎসালয়ত(Fortis Hospital Mohali) ত ভৰ্তি কৰা হৈছিল ৷

Milkha Singh's wife Nirmal Kaur dies of COVID-19
ক’ভিডত আক্ৰান্ত হৈ মিলখা সিঙৰ পত্নীৰ মৃত্যু

নেশ্যনেল ডেস্ক, 14 জুন : ভাৰতীয় মহিলা ভলীবল দল (volleyball team)ৰ প্ৰাক্তন অধিনায়ক নিৰ্মল কৌৰে(Nirmal Kaur) কৰ’ণা(Corona Virus) ত আক্ৰান্ত হৈ দেওবাৰে বিয়লি ম’হালিৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে । নিৰ্মল কৌৰ কিংবদন্তী দৌৰবিদ মিলখা সিঙ(Milkha Singh)ৰ পত্নী ৷ নিৰ্মলা সিঙে(Nirmal Kaur) মে’ মাহত ক’ৰণাত সংক্ৰমিত হৈ চিকিৎসাধীন হৈ আছিল ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 85 বছৰ ৷

নিৰ্মলা কৌৰ(Nirmal Kaur) ক’ৰণা(COVID 19)ত আক্ৰান্ত হোৱাত 26 মে’ত চিকিৎসালয়(Fortis Hospital Mohali)ত ভৰ্তি কৰা হয় ৷ ইয়াৰ দুদিনৰ পাছতেই মিলখা সিং(Milkha Singh) ক একেখন চিকিৎসালয়তে ভৰ্তি কৰা হয় ৷ কিন্তু মিলখা সিঙৰ স্বাস্থ্য কিছু সুস্থিৰ হোৱাত যোৱা সপ্তাহত তেওঁক চিকিৎসালয়ৰ পৰা লৈ অনা হয় যদিও নিৰ্মলা কৌৰ(Nirmal Kaur) চিকিৎসাধীন হৈ আছিল ৷

পৰৱৰ্তী সময়ত মিলখা সিঙৰ স্বাস্থ্যৰ পুনৰ অৱনতি ঘটাত তেওঁক পুনৰ আইচিইউত ভৰ্তি কৰোৱা হয় ৷ যাৰ বাবে পত্নী নিৰ্মলা কৌৰৰ(Nirmal Kaur) শেষকৃত্যত মিলখা সিং (Milkha Singh) উপস্থিত থাকিব পৰা নাছিল ৷ অৱশ্যে বৰ্তমান মিলখা সিঙৰ স্বাস্থ্য আগতকৈ উন্নত হৈছে ৷

লগতে পঢ়ক : বিশ্বৰ সৰ্ববৃহৎ পৰিয়ালটোৰ মুৰব্বীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.