ETV Bharat / bharat

Meghalaya Cabinet decision: NIA ক তদন্তৰ দায়িত্ব দিয়াৰ পোষকতা মেঘালয় কেবিনেটৰ - Meghalaya govt Cabinet decision

পশ্চিম কাৰ্বি আংলং আৰু পশ্চিম জয়ন্তীয়া পাহাৰ জিলাৰ সীমান্তত সংঘটিত সংঘাতৰ পাচতেই মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই আজি সন্ধিয়া আহ্বান কৰা এক জৰুৰী কেবিনেট বৈঠক যোগে লৈছে কেইবাটাও সিদ্ধান্ত (Meghalaya govt Cabinet decision) ৷ 24 নৱেম্বৰত এই ঘটনাক লৈ দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰিব মেঘালয় চৰকাৰৰ এটা দলে (Meghalaya govt to meet central Home minister) ৷ দিল্লীৰ মানৱ অধিকাৰ আয়োগত এই ঘটনাৰ বিষয়ে দাখিল কৰিব অভিযোগ ৷

Meghalaya Cabinet decision
Meghalaya Cabinet decision
author img

By

Published : Nov 22, 2022, 10:18 PM IST

  • পশ্চিম কাৰ্বি আংলং আৰু পশ্চিম জয়ন্তীয়া পাহাৰ জিলাৰ সীমান্তত সংঘটিত সংঘাতৰ পাচতেই অসম আৰু মেঘালয়ত উত্তেজনা (Tension grips Assam Meghalaya Border)
  • অসম আৰক্ষীৰ গুলীত মৃত্যু 5 গৰাকী খাচী লোকৰ
  • ইয়াৰ পাচতেই অসমৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে মেঘালয়ৰ লোক
  • ইতিমধ্যে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই কেবিনেট বৈঠক যোগে লৈছে কেইবাটাও সিদ্ধান্ত (Meghalaya govt Cabinet decision)
  • কাইলৈ উপ-মুখ্যমন্ত্ৰীসহ মন্ত্ৰীৰ এটা দল যাব ঘটনাস্থলীলৈ
  • 24 নৱেম্বৰত এই ঘটনাক লৈ দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰিব মেঘালয় চৰকাৰৰ এটা দলে
  • দিল্লীৰ মানৱ অধিকাৰ আয়োগত এই ঘটনাৰ বিষয়ে দাখিল কৰিব অভিযোগ
  • কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ দ্বাৰা এই ঘটনাৰ তদন্তৰ বাবে জনাব আহ্বান
  • ঘটনাৰ প্ৰাৰম্ভিক তদন্তৰ বাবে SIT গঠনত কেবিনেটৰ অনুমোদন
  • মৃতকৰ পৰিয়ালক প্ৰদান কৰিব এককালীন সাহায্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.