ETV Bharat / bharat

Naxalites attack on former MLA : প্ৰাক্তন বিধায়ক গুৰুচৰণ নায়কলৈ গুলীচালনা নক্সালবাদীৰ

author img

By

Published : Jan 4, 2022, 8:37 PM IST

গুৰুচৰণ নায়কৰ ওপৰত নক্সাবাদীৰ আক্ৰমণ (Naxalites attack on former MLA )৷ গৌয়লকেৰাৰ দুনিয়া গাঁৱত অনুষ্ঠিত এখন ফুটবল প্ৰতিযোগিতাত আমন্ত্ৰিত অতিথিৰূপে উপস্থিত হৈছিল গুৰুচৰণ নায়ক ৷ ফুটবল প্ৰতিযোগিতাখনত বঁটা বিতৰণ কৰিবলৈ উপস্থিত হোৱাৰ সময়তে অতৰ্কিতে নক্সালবাদীয়ে গুলীচালনা কৰে ৷

Naxalites attack on former MLA
Naxalites attack on former MLA

নিউজ ডেস্ক, 4 ডিচেম্বৰ : ঝাৰখণ্ডৰ প্ৰাক্তন বিধায়ক গুৰুচৰণ নায়কৰ ওপৰত নক্সাবাদীৰ আক্ৰমণ (Naxalites attack on former MLA) ৷ এই আক্ৰমণত শ্বহীদ হয় প্ৰাক্তন বিধায়কগৰাকীৰ দুগৰাকী দেহৰক্ষী ৷ গৌয়লকেৰাৰ দুনিয়া গাঁৱত অনুষ্ঠিত এখন ফুটবল প্ৰতিযোগিতাত আমন্ত্ৰিত অতিথিৰূপে উপস্থিত হৈছিল গুৰুচৰণ নায়ক ৷ জানিব পৰা মতে, এই আক্ৰমণত কথমপি প্ৰাণ ৰক্ষা পৰে প্ৰাক্তন বিধায়কগৰাকীৰ ৷ দুগৰাকীকৈ দেহৰক্ষী নিহত হোৱাৰ লগতে এগৰাকী দেহৰক্ষীৰ প্ৰাণ ৰক্ষা পৰে ৷ মৃত দেহৰক্ষী দুগৰাকীৰ অস্ত্ৰও কাঢ়ি নিয়ে আক্ৰমণকাৰী দলে ৷

পশ্চিম সিংভূম জিলাৰ মনোহৰপূৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বিজেপি দলৰ এগৰাকী নেতা গুৰুচৰণ নায়ক (Jharkhand former MLA Gurcharan Nayak) ৷ শ্বহীদ হোৱা দেহৰক্ষী দুগৰাকী হৈছে শংকৰ নায়ক আৰু ঠাকুৰ হেম্ব্ৰম ৷ ফুটবল প্ৰতিযোগিতাখনত বঁটা বিতৰণ কৰিবলৈ উপস্থিত হোৱাৰ সময়তে অতৰ্কিতে নক্সালবাদীয়ে গুলীচালনা কৰে ৷ প্ৰাক্তন বিধায়কগৰাকীয়ে দৌৰি গৈ লুকাই নিজৰ প্ৰাণ ৰক্ষা কৰে ৷ বৰ্তমান ঘটনাস্থলীলৈ নিৰাপত্তাৰক্ষী প্ৰেৰণ কৰা হৈছে ৷

লগতে পঢ়ক : NLFT cadre surrender: নৱবৰ্ষৰ পহিলা দিনটোতে ত্ৰিপুৰাত আত্মসমৰ্পণ NLFT কেডাৰৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.