ETV Bharat / bharat

Manipur election result : বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ এন বিৰেন সিঙৰ

author img

By

Published : Mar 10, 2022, 12:51 PM IST

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেন সিঙৰ জয়লাভ (Manipur Chief Minister N Biren Singh wins) ৷ হেইঙাং সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল বিৰেন সিঙে ৷

Manipur election result
Manipur election result

নিউজ ডেস্ক, 10 মাৰ্চ : প্ৰায় 18 হাজাৰ ভোটৰ ব্যৱধানত বৃহৎ জয় মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেন সিঙৰ (N Biren Singh wins in a huge margin) ৷ হেইঙাং সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা বিৰেন সিঙে ভোট গণনাৰ আৰম্ভণিৰ পৰাই শক্তিশালী স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷ 2002 চনৰ পৰাই হেইঙাং সমষ্টিক প্ৰতিনিধিত্ব কৰি আহিছে (Manipur election updates)৷

বিৰেন সিঙৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে পাঙেইজাম শৰতচন্দ্ৰ সিঙে ৷ 2002 চনৰ পৰা 2017 চনলৈকে চলা কংগ্ৰেছৰ কাৰ্যকালত এগৰাকী প্ৰভাৱশালি মন্ত্ৰী আছিল বিৰেন সিং ৷ কিন্তু তদানীন্তন মুখ্যমন্ত্ৰী অ’ক্ৰাম ইব’বি সিঙৰ সৈতে হোৱা মনোমালিন্যৰ পাচত কংগ্ৰেছ 2016 চনতে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগ দিয়ে ৷

60 খন আসনৰ বাবে দুটা পৰ্যায়ত অনুষ্ঠিত হৈছিল মণিপুৰৰ নিৰ্বাচন ৷ 28 ফেব্ৰুৱাৰী আৰু 5 মাৰ্চত ভোট গ্ৰহণ হৈছিল মণিপুৰত ৷ ৰাজ্যখনৰ ভিন্ন স্থানত হিংসাত্মক ঘটনা চলি থকাৰ মাজতো 89.3 শতাংশ ভোটদান হৈছিল মণিপুৰত ৷

লগতে পঢ়ক : Uttarakhand Election Result 2022: এইবাৰ কাৰ দখলত উত্তৰাখণ্ড ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.