ETV Bharat / bharat

মণিপুৰৰ উপ নিৰ্বাচন : দিনৰ 11 বজালৈ 43.54 শতাংশ লোকৰ ভোটদান

মণিপুৰত উপ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ ৷ শনিবাৰলৈ 43.54 শতাংশ লোকে ভোটদান কৰিছে ৷

Manipur Bypolls: 43.54 Per Cent Voter Turnout Till 11 Am
মণিপুৰৰ উপ নিৰ্বাচনঃ দিনৰ 11 বজালৈ 43.54 শতাংশ লোকৰ ভোটদান
author img

By

Published : Nov 7, 2020, 1:57 PM IST

নিউজ জেস্ক, 7 নৱেম্বৰ : মণিপুৰৰ উপ নিৰ্বাচনত শনিবাৰলৈ 43.54 শতাংশ লোকে ভোটদান কৰিছে ৷ উল্লেখ্য যে, ৰাজ্যখনত বৰ্তমান চাৰিটা বিধানসভা সমষ্টিৰ বাবে ভোটদান চলি আছে ।

  • Manipur: Voting underway for the by-elections to four assembly constituencies in the State; visuals from a polling station in Imphal pic.twitter.com/3KpRAlflgv

    — ANI (@ANI) November 7, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে, উপ নিৰ্বাচন চলি থকাৰ সময়তে থাউবাল জিলাৰ লিলং আৰু বাংজিঙৰ আৰু কাংপোকপিত চাইতু আৰু ইম্পল পশ্চিমৰ বাংগোইৰ পৰা চাৰিজন কংগ্ৰেছী বিধায়কে পদত্যাগ কৰিছে আৰু বিজেপিত যোগদান কৰিছে ৷

উল্লেখ্য যে, 1.35 লাখৰো অধিক ভোটাৰে 12 জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৷ এই প্ৰাৰ্থীসকলৰ ভিতৰত আছে কংগ্রেছৰ চাৰিজন, বিজেপিৰ তিনিজন, নিৰ্দলীয়ৰ 3 জন আৰু নেচনেল পিপ'লছ পাৰ্টীৰ 1জন ।

লগতে পঢ়ক : উড়িশাৰ ৰোগ প্ৰতিৰোধৰ বাবে 10 বিধ ভেকচিন প্ৰস্তুত কৰিব ভাৰত বায়'টেক প্ৰতিষ্ঠানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.