ETV Bharat / bharat

Man raped his wife: তিনি সন্তানৰ সন্মুখতে পত্নীক ধৰ্ষণ স্বামীৰ

author img

By

Published : Dec 6, 2022, 2:19 PM IST

মহাৰাষ্ট্ৰত মুলুন্দ থানাৰ অন্তৰ্গত এখন গাঁৱত সংঘটিত হৈছে এই জঘন্য ঘটনা ৷ লম্পট স্বামীৰ পাশৱিক কামানৰ বলি হ’ল পত্নী (Man allegedly rapes wife) ৷ নিজ পত্নীক মাৰপিট কৰাৰ লগতে উপৰ্যুপৰি ধৰ্ষণ স্বামীৰ (Woman raped by husband) ৷ কেৱল সিমানেই নহয়, পত্নীৰ গোপন অংগত ভৰাই দিলে প্লাষ্টিকৰ সামগ্ৰী ৷

Man raped his wife
তিনি সন্তানৰ সন্মুখতে পত্নীক ধৰ্ষণ লম্পট স্বামীৰ

নিউজ ডেস্ক, 6 ডিচেম্বৰ : মানুহ কিমান পাষাণ আৰু জঘন্য হ’লে নিজৰ পত্নীকেই ধৰ্ষণ কৰিব পাৰে ? মানুহ কিমান নীচ হ’লে নিজৰ পত্নীক অমানুষিক অত্যাচাৰ চলাব পাৰে ? মহাৰাষ্ট্ৰত সংঘটিত হোৱা এটা ঘটনাৰ খবৰ শুনিলে আচৰিত হোৱাৰ লগতে বুকু কঁপি উঠিব আপোনাৰ ৷

মহাৰাষ্ট্ৰত মুলুন্দ থানাৰ অন্তৰ্গত এখন গাঁৱত সংঘটিত হৈছে এই জঘন্য ঘটনা ৷ লম্পট স্বামীৰ পাশৱিক কামানৰ বলি হ’ল পত্নী(Man allegedly rapes wife) ৷ নিজ পত্নীক মাৰপিট কৰাৰ লগতে উপৰ্যুপৰি ধৰ্ষণ স্বামীৰ ৷ কেৱল সিমানেই নহয়, পত্নীৰ গোপন অংগত ভৰাই দিলে প্লাষ্টিকৰ সামগ্ৰী ৷

ঘটনা অনুসৰি মহাৰাষ্ট্ৰ এম টি আগৰৱাল নামৰ চিকিৎসালয়খনত সোমাবাৰে ভৰ্তি হৈছিল এগৰাকী 35 বছৰীয়া মহিলা (woman raped by husband) ৷ মহিলাগৰাকীয়ে গোপন অংগত অত্যন্ত বিষ অনুভৱ কৰাৰ বাবে নিজেই ভৰ্তি হৈছিল চিকিৎসালয়খনত (MT Agarwal Hospital) ৷ প্ৰকৃততে কিয়, মহিলাগৰাকীৰ এনে হৈছে সেই কথা বাৰে চিকিৎসকে সোধাত মহিলাগৰাকীয়ে কয় যে, তেওঁৰ সুৰামত্ত স্বামীয়ে ঘৰলৈ আহি মহিলাগৰাকীক অতি বেয়াকৈ মাৰপিট কৰে ৷

তাতেই ক্ষান্ত নাথাকি মাতাল স্বামীয়ে মহিলাগৰাকীৰ গাৰ কাপোৰ ফালি তিনি সন্তানৰ সন্মুখতে উপৰ্যুপৰি ধৰ্ষণ কৰে আৰু গোপন অংগত ভৰাই দিয়ে প্লাষ্টিকৰ সামগ্ৰী (Drunk man raped his wife) ৷ স্বামীৰ নিৰ্যাতনৰ পিছতে অসুস্থ হৈ পৰে মহিলাগৰাকী ৷ উল্লেখ্য যে, চিকিৎসকে মহিলাগৰাকীৰ গোপন অংগৰ ভিতৰৰ পৰা উলিয়াই আনে প্লাষ্টিকৰ পাইপ সদৃশ সামগ্ৰী(Doctors removed a plastic pipe) ৷

এই কথা চিকৎসকগৰাকীয়ে অৱগত হোৱাৰ পিছতেই লগে লগে খবৰ দিয়ে নিকটৱৰ্তী মুলুন্দা আৰক্ষী থানাত ৷ খবৰ লাভ কৰিয়েই আৰক্ষীয়ে মহিলাগৰাকীৰ ভাষ্য গ্ৰহণ কৰি আৰম্ভ কৰে ঘটনাৰ তদন্ত ৷ তদন্তৰ অন্তত মুলুন্দা আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ 326, 354B, 354, 506(2), 376 আৰু 377নম্বৰ ধাৰাৰ অধীনত লম্পট স্বামীক গ্ৰেপ্তাৰ কৰে(Police booked the accused) ৷ গ্ৰেপ্তাৰৰ পিছতেই অভিযুক্ত স্বামীক আদালতত হাজিৰ কৰোৱাই নিজৰ জিম্মাত লৈছে আৰক্ষীয়ে ৷

লগতে পঢ়ক: ছাত্ৰী নিবাসৰ নিবাসীক অশ্লীল ইংগিত চকীদাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.