ETV Bharat / bharat

অখিল ভাৰতীয় মাৰাঠী সাহিত্য সন্মীলনলৈ ৫০ লাখৰ অনুদান মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ - মহাৰাষ্ট্ৰ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে ২৬ মাৰ্চৰ পৰা নাচিকত অনুষ্ঠিত হ'বলগীয়া ৯৪ তম অখিল ভাৰতীয় মাৰাঠী সাহিত্য সন্মীলন খনৰ বাবে ৫০ লাখ টকা অনুদান দিয়াৰ কথা ঘোষণা কৰিছে ৷ শুকুৰবাৰে মুখ্যমন্ত্ৰী গৰাকীৰ কাৰ্যালয়ৰ পৰা প্ৰকাশ হোৱা এটা বিবৃতিত উল্লেখ কৰা হৈছে এই কথা।

Maharastra CM grants Rs 50 lakh for Marathi literary meet
অখিল ভাৰতীয় মাৰাঠী সাহিত্য সন্মীলনৰ বাবে ৫০ লাখ টকা অনুদান মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ
author img

By

Published : Jan 29, 2021, 5:48 PM IST

নিউজ ডেস্ক,29 জানুৱাৰী: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেয়ে ২৬ মাৰ্চৰ পৰা নাচিকত অনুষ্ঠিত হ'বলগীয়া ৯৪ তম অখিল ভাৰতীয় মাৰাঠী সাহিত্য সন্মীলন খনৰ বাবে ৫০ লাখ টকাৰ অনুদান দিয়াৰ কথা ঘোষণা কৰিছে । শুকুৰবাৰে মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা প্ৰকাশ হোৱা এটা বিবৃতিত উল্লেখ কৰা হৈছে এই কথা ।

শুকুৰবাৰে মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা এক বিবৃতি অনুসৰি, এই বাৰ্ষিক সাহিত্য সভাখন গোখলে শিক্ষা ট্ৰাষ্ট চৌহদত অনুষ্ঠিত হ'ব ৷ প্ৰবীণ বিজ্ঞান লেখক আৰু বিশ্লেষক জয়ন্ত নাৰ্লিকাৰক উক্ত সন্মিলন খনৰ সভাপতি হিচাপে নিযুক্ত কৰা হৈছে ।

এই সন্মিলন খন যাতে সকলোৱে COVID-19 ৰ প্ৰট'কল অনুসৰণ কৰি অনুষ্ঠিত কৰে তাৰ বাবে সকলোকে জনালে আহ্বান । লগতে সমগ্ৰে দেশে COVID-19 মহামাৰীৰ সৈতে যুঁজি থকা এবছৰৰ পিছত ৰাজ্যত পৰিস্থিতি ক্ৰমান্বয়ে উন্নত হৈছে বুলি মুখ্যমন্ত্ৰী গৰাকীৰ বিবৃতিটোত প্ৰকাশ কৰিছে ।

লগতে পঢ়ক- ত্ৰিপুৰাত বন্যহস্তীৰ আক্ৰমণত নিহত মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.