ETV Bharat / bharat

সুৰা মানুহৰ বাবে একপ্ৰকাৰৰ টনিক : কেন্দ্ৰীয় মন্ত্ৰী ফাগ্গান সিং কুলাষ্টে - কৰ’ণা মহামাৰী

কেন্দ্ৰীয় মন্ত্ৰী তথা লোকসভাৰ সদস্য ফাগ্গান সিং কুলাষ্টে কয় যে, সুৰা জনসাধাৰণৰ বাবে টনিকতকৈ কম নহয়, বিশেষকৈ ক’ভিডৰ সময়ত ই চৰকাৰৰ বাবে ৰাজহ সংগ্ৰহৰ এক বৃহৎ মাধ্যম ।

Liquor is a tonic for people, says Union minister
সুৰা মানুহৰ বাবে একপ্ৰকাৰৰ টনিক: কেন্দ্ৰীয় মন্ত্ৰী ফাগ্গান সিং কুলাষ্টে
author img

By

Published : Jun 7, 2021, 10:47 PM IST

নিউজ ডেস্ক, 7 জুন: কেন্দ্ৰীয় মন্ত্ৰী ফাগ্গান সিং কুলাষ্টেৰ এটা মন্তব্যৰ পাছত এতিয়া দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ কেন্দ্ৰীয় তীখা ৰাজ্য মন্ত্ৰীগৰাকীয়ে সুৰাৰ বিপনী খোলাৰ সন্দৰ্ভত মন্তব্য কৰি কয় যে, ক’ভিড মহামাৰীৰ এই সময়ছোৱাত সুৰা মানুহৰ বাবে এক টনিক ।

তেওঁ আনকি কয় যে, মানুহে অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ তুলনাত সুৰাৰ দোকান খোলাৰ বাবে দাবী জনাইছিল আৰু সেয়েহে চৰকাৰে সুৰাৰ বিপনী খোলাৰ সিদ্ধান্ত লৈছে ।

ফাগ্গান সিং কুলাষ্টেই লগতে কয় যে, চৰকাৰৰ ৰাজহৰ এটা ডাঙৰ অংশ আবকাৰীৰ পৰা আহে । এনেদৰে সুৰাই এখন ৰাজ্যৰ অৰ্থনৈতিক অৱস্থাও শক্তিশালী কৰে, অৰ্থাৎ জনসাধাৰণৰ প্ৰয়োজনীয়তাৰ কথা মনত ৰাখি সুৰাৰ দোকান খোলাটো চৰকাৰৰ বাবে লাভজনক ।

লগতে পঢ়ক: পুঞ্জত পাক্ অধিকৃত কাশ্মীৰ (POK)ৰ নাগৰিক আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.