ETV Bharat / bharat

বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰিলে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে - ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ

কৰ'ণাসৃষ্ট পৰিস্থিতিৰ মাজতে আজি দেশত উদযাপন কৰা হৈছে পবিত্ৰ বৰদিন । খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলক বৰদিন উপলক্ষে টুইটযোগে শুভেচ্ছা জনালে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰামনাথ কোবিন্দে ।

আজি দেশত উদযাপন কৰা হৈছে পবিত্ৰ বৰদিন
আজি দেশত উদযাপন কৰা হৈছে পবিত্ৰ বৰদিন
author img

By

Published : Dec 25, 2020, 2:21 PM IST

নেশ্যনেল ডেস্ক, ২৫ ডিচেম্বৰ : আজি পবিত্ৰ বৰদিন । পূৰ্বৰ দৰে নহ'লেও মহামাৰীৰ সংকটৰ মাজতে যীশুখ্ৰীষ্টৰ ওপজা দিনটো উদযাপন কৰিছে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে । শুক্ৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলক টুইটযোগে বৰদিনৰ শুভকামনা জনায় । যীশুৱে দেখুৱাই যোৱা পথে সমাজ গঠনৰ উৎকৃষ্ট পথ প্ৰশস্ত কৰিব বুলি টুইটত উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

  • Merry Christmas!

    The life and principles of Lord Christ gives strength to millions across the world.

    May his path keep showing the way in building a just and inclusive society.

    May everybody be happy and healthy.

    — Narendra Modi (@narendramodi) December 25, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

সকলোৰে সুখ আৰু সু-স্বাস্থ্যৰ কামনা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে যীশুখ্ৰীষ্টৰ জীৱন আৰু নীতি-আদৰ্শই সমগ্ৰ বিশ্বৰ লাখ লাখ লোকৰ বাবে এক শক্তি বুলিও প্ৰকাশ কৰে । ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দেও টুইটযোগে সকলোকে বৰদিনৰ শুভেচ্ছা জনায় । ৰাষ্ট্ৰপতি ভৱনৰ টুইটাৰ একাউণ্টৰ পৰা কৰা টুইটয়োগে তেওঁ সকলোকে যীশুৰ আদৰ্শৰে অনুপ্ৰাণিত হ'বলৈ আৰু সমাজ আৰু ৰাষ্ট্ৰৰ কল্যাণৰ বাবে কাম কৰি যাবলৈ আহ্বান জনায় ।

  • क्रिसमस की हार्दिक शुभकामनाएं। मैं आशा करता हूँ कि यह त्यौहार शांति और समृद्धि का प्रसार करते हुए समाज में सौहार्द बढ़ाएगा। आइए, हम ईसा मसीह की प्रेम, करुणा और परोपकार की शिक्षाओं का अनुसरण करें तथा समाज व राष्ट्र के हित के लिए संकल्पबद्ध रहें।

    — President of India (@rashtrapatibhvn) December 25, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বৰদিন উপলক্ষে সকলোকে শুভকামনা জনাই সমাজত শান্তি আৰু ভাতৃত্ববোধৰ কামনা কৰে । আনহাতে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দেশবাসীক পবিত্ৰ বৰদিনৰ শুভেচ্ছা জনায় আৰু এই উৎসৱে সকলোৰে ঘৰলৈ আৰু মনলৈ শান্তি-সম্প্ৰীতি কঢ়িয়াই অনাৰ কামনা কৰে ।

  • Wishing everyone a Merry Christmas! May this festival enhance the spirit of peace and brotherhood in society: Union Home Minister @AmitShah

    — गृहमंत्री कार्यालय, HMO India (@HMOIndia) December 25, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে পঢ়ক:ভাৰতক সমৃদ্ধ আৰু শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত বাজপেয়ীৰ প্ৰচেষ্টা চিৰস্মৰণীয় : মোডী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.