- মঙলবাৰে মস্কোৰ দ্য চেন্ট্ৰেল ক্লিনিকেল হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে মিখাইল গৰ্বাচেভে
- ছোভিয়েট ইউনিয়নৰ প্ৰাক্তন আৰু শেষৰজন ৰাষ্ট্ৰপতি আছিল মিখাইল গৰ্বাচেভ (Soviet Union Mikhail Gorbachev died in Moscow)
- মৃত্যুৰ সময়ত ইউ এছ এছ আৰৰ এই নেতাজনৰ বয়স আছিল ৯১ বছৰ
- ইফালে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনে গৰ্বাচেভৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে
শেষ নিশ্বাস ত্যাগ ছোভিয়েট ইউনিয়নৰ শেষৰজন ৰাষ্ট্ৰপতি মিখাইল গৰ্বাচেভৰ - মস্কোৰ দ্য চেন্ট্ৰেল ক্লিনিকেল হাস্পতাল
মঙলবাৰে মস্কোৰ দ্য চেন্ট্ৰেল ক্লিনিকেল হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে মিখাইল গৰ্বাচেভে ৷ ছোভিয়েট ইউনিয়নৰ প্ৰাক্তন আৰু শেষৰজন ৰাষ্ট্ৰপতি আছিল মিখাইল গৰ্বাচেভ (Soviet Union Mikhail Gorbachev died in Moscow) ৷ মৃত্যুৰ সময়ত ইউ এছ এছ আৰৰ এই নেতাজনৰ বয়স আছিল ৯১ বছৰ (Mikhail Gorbachev Demise) ৷

শেষ নিশ্বাস ত্যাগ ছোভিয়েট ইউনিয়নৰ শেষৰজন ৰাষ্ট্ৰপতি মিখাইল গৰ্বাচেভৰ