ETV Bharat / bharat

কলকাতা বিমানবন্দৰত বাধ্যতামূলক ক’ভিডৰ ৰিপ’ৰ্ট - কৰ'ণা সন্দৰ্ভত কলকাতা বিমানবন্দৰৰ কঠোৰ পদক্ষেপ

দেশত ক'ভিড প্ৰতিৰোধক হিচাপে টীকাকৰণ প্ৰক্ৰিয়া চলি আছে যদিও একাংশ ৰাজ্যত পুনৰ বৃদ্ধি হৈছে ক'ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা । আনকি কিছুমান স্থানত সান্ধ্য আইন জাৰি কৰাৰ দৰে পৰিৱেশৰো সৃষ্টি হৈছে । কলকাতা বিমানবন্দৰত বাধ্যতামূলক হ’ব ক’ভিড পৰীক্ষাৰ ফলাফল ৷

কৰ'ণা সন্দৰ্ভত লকাতা বিমানবন্দৰৰ কঠোৰ পদক্ষেপ

author img

By

Published : Apr 14, 2021, 6:42 PM IST

নেশ্যনেল ডেস্ক, ১৪ এপ্ৰিল: দেশত দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা । তাৰ বাবে কোনো স্থানত ৰাজ্যৰ প্ৰশাসনে লক ডাউন, নৈশ সান্ধ্য আইন জাৰি কৰিছে । দ্ৰুতগতিত কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি কলকাতা বিমানবন্দৰেও গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ । সেই অনুসৰি কলকাতা বিমানবন্দৰত বাধ্যতামূলক হ’ব ক’ভিড পৰীক্ষাৰ ফলাফল ৷

কোনো লোক কলকাতা বিমানবন্দৰত উপস্থিত হ'বলৈ হ'লে কৰ'ণা পৰীক্ষাৰ ফলাফল নিগেটিভ হোৱাতো বাধ্যতামূলক কৰিছে বিমানবন্দৰ কৰ্তৃপক্ষই । মহাৰাষ্ট্ৰ, কৰ্ণাটক, কেৰালা আৰু তেলেংগানাৰ পৰা অহা যাত্ৰীসকলৰ বাবে কলকাতা বিমানবন্দৰে কৰ'ণা পৰীক্ষা নিগেটিভ হোৱাতো বাধ্যতামূলক কৰিছে ।

লগতে পঢ়ক: ৱেজক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ মুম্বাই আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.