ETV Bharat / bharat

সীমা শুল্ক বিভাগৰ সন্মুখত হাজিৰ হ'বলৈ নিৰ্দেশ কে. টি. জলীলক

এন আই এ আৰু ই ডিৰ দ্বাৰা প্ৰশ্ন সোধাৰ পৰিপেক্ষিতত কেৰালাৰ উচ্চ শিক্ষা মন্ত্ৰী কে টি জলীলক সোমবাৰে সীমা শুল্ক বিভাগৰ বিষয়াসকলৰ সন্মুখত উপস্থিত হ'বলৈ সীমা শুল্ক বিভাগৰ দ্বাৰা নিৰ্দেশ দিয়া হৈছে।

Kerala Minister Jaleel asked to appear before Customs on Monday
সীমা শুল্ক বিভাগৰ সন্মুখত হাজিৰ হ'বলৈ নিৰ্দেশ কে. টি. জলীলক
author img

By

Published : Nov 7, 2020, 10:37 PM IST

নিউজ ডেস্ক, 7 নৱেম্বৰ: এন আই এ আৰু ই ডিৰ দ্বাৰা প্ৰশ্ন সোধাৰ পৰিপেক্ষিতত কেৰালাৰ উচ্চ শিক্ষা মন্ত্ৰী কে টি জলীলক সোমবাৰে সীমা শুল্ক বিভাগৰ বিষয়াসকলৰ সন্মুখত উপস্থিত হ'বলৈ সীমা শুল্ক বিভাগৰ দ্বাৰা নিৰ্দেশ দিয়া হৈছে।

জলীলক বিগত সময়ত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা আৰু ইনস্ফৰ্মেট ডায়ৰেক্টৰেটে সোণৰ অবৈধ সৰবৰাহৰ গোচৰ সন্দৰ্ভত কেইবাঘণ্টা সোধপোছ কৰে ৷ সীমা শুল্ক বিভাগৰ জাননীৰ পিছত জলীলে কৈছিল যে তেওঁ বিষয়াসকলৰ সন্মুখত উপস্থিত হ‘ব আৰু কি হৈছিল সেয়া বুজাব।

কাষ্টমছে সোণৰ সৰবৰাহ কৰাৰ ঘটনা তেতিয়া পোহৰলৈ আনে যেতিয়া ৫ জুলাইত থিৰুৱনন্থপুৰমত সংযুক্ত আৰৱ আমিৰাতৰ বাণিজ্যিক দূতাভাষৰ পূৰ্বৰ কৰ্মচাৰী পি এছ সাৰিথক আটক কৰা হৈছিল যেতিয়া তেওঁ ডুবাইৰ পৰা ৰাজ্যৰ ৰাজধানীলৈ ৩০ কেজি সোণৰ সৰবৰাহ কৰাত সহায় কৰি আছিল।

লগতে পঢ়ক: অসমৰ বিদ্যালয়ত মিজো দুৰ্বৃত্তৰ বোমা বিস্ফোৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.