নিউজ ডেস্ক,2 মাৰ্চঃ এগৰাকী ৰোগীৰ চিকিৎসাৰ জৰুৰীকালীন অৱস্থাৰ বাবে শৰজাৰ পৰা লক্ষ্ণৌলৈ 6E-1412 আহি থকা ইণ্ডিগ’ বিমান এখন কৰাচীত জৰুৰীভাৱে অৱতৰণ কৰা হয় ৷
ইণ্ডিগ’ৰ কৰ্তৃপক্ষই সদৰী কৰা মতে, বিমানখন অৱতৰণ কৰাৰ পিছতো ৰোগীজনৰ মৃত্যু ঘটা বুলি ঘোষণা কৰে বিমানবন্দৰৰ চিকিৎসকৰ দলে ৷
লগতে পঢ়কঃ শােণিতপুৰৰ ভৃগুজ্যোতি শইকীয়াই দখল কৰিলে মিঃ অসম খিতাপ