ETV Bharat / bharat

ব্ৰিটেইনৰ নতুন সংক্ৰমণক লৈ চিন্তিত ভাৰত - ব্ৰিটেইনৰ নতুন সংক্ৰমণক লৈ চিন্তিত ভাৰত

ব্ৰিটেইনত Covid-১৯ ৰ নতুন সংক্ৰমণৰ ঘটনাৰ পাচত ভাৰত চৰকাৰে SARS-CoV-2 জিনমিকৰ পৰীক্ষণৰ বাবে নিয়মিতভাৱে পৰীক্ষণ কাৰ্য অব্যাহত ৰাখি ভাৰতীয় SARS-CoV-2 জিনমিক্স INSACOG ৰ স্থাপন কৰে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ এক বিবৃতিত পূৱ আৰু উত্তৰ-পূৱত দুখন কেন্দ্ৰীয় শাসিত স্থাপন কৰাৰ কথা কোৱা হৈছে ।

ব্ৰিটেইনৰ নতুন সংক্ৰমণক লৈ চিন্তিত ভাৰত
ব্ৰিটেইনৰ নতুন সংক্ৰমণক লৈ চিন্তিত ভাৰত
author img

By

Published : Dec 28, 2020, 8:37 PM IST

নিউজ, ২৮ ডিচেম্বৰ : ব্ৰিটেইনত Covid-১৯ ৰ নতুন সংক্ৰমণৰ ঘটনাৰ পাচত ভাৰত চৰকাৰে SARS-CoV-2 জিনমিকৰ পৰীক্ষণৰ বাবে নিয়মিতভাৱে পৰীক্ষণ কাৰ্য অব্যাহত ৰাখি ভাৰতীয় SARS-CoV-2 জিনমিক্স INSACOG ৰ স্থাপন কৰে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ এক বিবৃতিত পূৱ আৰু উত্তৰ-পূৱত দুখন কেন্দ্ৰীয় শাসিত স্থাপন কৰা হ'ব । ইয়াৰে পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড, অসম, ত্ৰিপুৰা, মেঘালয়, মনিপুৰ, অৰুণাচল প্ৰদেশ, ছিকিম, নাগালেণ্ড, মিজোৰাম, উৰিষ্যা আৰু ছট্টিশগড়ৰ নাম উল্লেখ আছে । ইফালে পশ্চিম ভাৰতৰ বাবে গোৱা, মহাৰাষ্ট্ৰ আৰু গুজৰাটত দুখন কেন্দ্ৰীয় শাসিত স্থাপন কৰা হ'ব । দক্ষিণ ভাৰতৰ অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, গোৱা, কৰ্ণাটক, তামিলনাডু আৰু পুডুচেৰীতো কৰা হ'ব । মধ্য ভাৰতৰ ৰাজস্থান, পঞ্জাৱ, হাৰিয়াণা, উত্তৰাখণ্ড, দিল্লী, লাডাখতো কৰা হ'ব । ভাৰতত SARS-CoV-2 জিনমিকৰ পৰীক্ষণৰ আৱশ্যকতাৰ বাবে এই কাৰ্য হাতত লোৱা হৈছে ।

বিগত সপ্তাহৰ পৰা ব্ৰিটেইনত Covid-১৯ ৰ নতুন সংক্ৰমণৰ ঘটনা ধাৰাবাহিকভাৱে বৃদ্ধি পোৱাত ভৰত চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে । লগতে জনোৱা হৈছে যে যোৱা ১৪ দিনত দেশখনৰ পৰা ভাৰতলৈ অহা কোনো লোকৰ দেহত Covid-১৯ ৰ লক্ষণ বা উপস্থিতি দেখা দিয়ে তেতিয়াহ'লে SARS-CoV-2 জিনমিকৰ অধীনত থাকিব লাগিব ।

লগতে পঢ়ক:ক’ভিড 19ঃভাৰতৰ সামগ্ৰীক তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.