ETV Bharat / bharat

Covid 19 in India : দেশত যোৱা ২৪ ঘণ্টাত ২৮৯ গৰাকী ক'ৰণা ৰোগীৰ মৃত্যু

author img

By

Published : Mar 5, 2022, 11:29 AM IST

দেশত নতুনকৈ ৫,৯২১ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে (India logs 5921 new COVID cases) । যোৱা ২৪ ঘণ্টাত মৃত্যু হৈছে ২৮৯ গৰাকী ৰোগীৰ । দেশত প্ৰায় ১৭৮.৫৫ কোটি প্ৰতিষেধকৰ পালি প্ৰদান কৰা হৈছে ।

India
দেশত যোৱা ২৪ ঘণ্টাত ২৮৯ গৰাকী ক'ৰণা ৰোগীৰ মৃত্যু

নেশ্যনেল ডেস্ক, ৫ মাৰ্চ : দেশত ক'ভিডৰ সংক্ৰমণ অব্যাহত আছে (Covid infection in India)। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি শুকুৰবাৰৰ দিনটোত নতুনকৈ ৫,৯২১ গৰাকী লোকৰ দেহত ধৰা পৰিছে ভাইৰাছৰ অৱস্থিতি (India logs 5921 new COVID cases) । ইয়াৰ লগে লগে দেশত মুঠ ক'ভিড আক্ৰান্তৰ সংখ্যা ৪ কোটি ২৯ লাখ ৫৭ হাজাৰ ৪৭৭ টালৈ বৃদ্ধি পালে ।

ইফালে যোৱা ২৪ ঘণ্টাত দেশত ২৮৯ গৰাকী ক'ভিড ৰোগীৰ মৃত্যু হৈছে । ইয়াৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৫,১৪,৮৭৮ লৈ বৃদ্ধি পাইছে । এতিয়াও দেশত ৬৩,৮৭৮ টা সক্ৰিয় ঘটনা আছে । অৱশ্যে পূৰ্বৰ তুলনাত আক্ৰান্তৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে ।

দেশত সম্প্ৰতি আৰোগ্যৰ হাৰ ৯৮.৬৫ শতাংশলৈ বৃদ্ধি হৈছে । স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি দৈনিক আক্ৰান্তৰ হাৰ ০.৬৩ শতাংশ আৰু সাপ্তাহিক আক্ৰান্তৰ হাৰ হৈছে ০.৮৪ শতাংশ । এতিয়ালৈ ক'ভিডৰ পৰা আৰোগ্য লাভ কৰিছে ৪,২৩,৭৮,৭২১ গৰাকী লোকে । ইফালে দেশজুৰি ক'ভিড-১৯ টীকাকৰণ অভিযান অব্যাহত আছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

এতিয়ালৈকে দেশত প্ৰায় ১৭৮.৫৫ কোটি প্ৰতিষেধকৰ পালি প্ৰদান কৰা হৈছে । ক'ভিড সংক্ৰমণৰ ইতিহাস যদি চোৱা হয় তেনেহ'লে দেখা যাব যে ২০২০ চনৰ ৭ আগষ্টত ক'ভিড আক্ৰান্তৰ সংখ্যা আছিল ২০ লাখ, ২৩ আগষ্টত আছিল ৩০ লাখ, ১৬ ছেপ্টেম্বৰত ৫০ লাখ অতিক্ৰম কৰিছিল । ১১ অক্টোবৰত এই সংখ্যা আছিল ৭০ লাখ আৰু ১৯ ডিচেম্বৰত ক'ভিড আক্ৰান্তৰ সংখ্যা এক কোটিৰ সীমা অতিক্ৰম কৰে । ৪ মে'ত দুই কোটি আৰু যোৱা বছৰৰ ২৩ জুনত ক'ভিড আক্ৰান্তৰ সংখ্যা তিনি কোটি অতিক্ৰম কৰে ।

লগতে পঢ়ক : Russia Ukraine war : ইউক্ৰেইনৰ পৰা ১১ হাজাৰৰো অধিক ভাৰতীয় নাগৰিকক স্থানান্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.