ETV Bharat / bharat

India Covid infections: ভাৰততত ক'ভিড সংক্ৰমিতৰ সংখ্যা হ’লগৈ 3,653 - Covid test in India

২০২০ চনৰ ২৩ আগষ্টত ৩০ লাখৰ সীমা অতিক্ৰম কৰিছিল ক'ভিড আক্ৰান্তই । ৫ ছেপ্টেম্বৰত ৪০ লাখ আৰু ১৬ ছেপ্টেম্বৰত ৫০ লাখ আছিল আক্ৰান্তৰ সংখ্যা । ১১ অক্টোবৰত ৭০ লাখ, ২৯ অক্টোবৰত ৮০ লাখ, ২০ নৱেম্বৰত ৯০ লাখ অতিক্ৰম কৰি দুই কোটিৰ ভয়াৱহ মাইলৰ খুঁটি অতিক্ৰম কৰিলে ক'ভিড আক্ৰান্তই ৷

India logs 226 fresh Covid infections; active cases rise to 3,653
ভাৰততত কোভিড সংক্ৰমিতৰ সংখাযা হ’লগৈ 3653
author img

By

Published : Dec 31, 2022, 5:04 PM IST

নেশ্যনেল ডেস্ক, 31 ডিচেম্বৰ: বিশ্বত পুনৰ সংক্ৰমণ বৃদ্ধি পাইছে ক'ভিড ভাইৰাছৰ ৷ সমান্তৰালভাৱে আমাৰ দেশতো সংক্ৰমণ আৰম্ভ হোৱা পৰিলক্ষিত হৈছে ৷ তথ্য অনুসৰি দেশত বৰ্তমান দৈনিক সংক্ৰমণৰ হাৰ হৈছে ০.১২ % (Daily covid positivity percentage)৷ ইয়াৰ বিপৰীতে সাপ্তাহিক সংক্ৰমণৰ হাৰ ০.১৫ শতাংশ । ভাৰতত নতুনকৈ ক'ৰনা ভাইৰাছত সংক্ৰমিত হৈছে ২২৬ জন (India logs 226 fresh Covid infections) ৷

ইয়াৰ পাছতে সক্ৰিয় ৰোগীৰ সংখ্যা ৩,৬৫৩ লৈ বৃদ্ধি পাইছে । শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰাণালয়ে প্ৰকাশ কৰিছে এই তথ্য (Union Health Ministry) ৷ সংশ্লিষ্ট মন্ত্ৰণালয়ৰ তথ্য অনুসৰি বিগত ২৪ ঘন্টাত ক'ভিড ধৰা পেলোৱাৰ বাবে ১,৮৭,৯৮৩ টা পৰীক্ষা সম্পন্ন কৰা হৈছে (Covid test in India) । এই পৰীক্ষাত সক্ৰিয় ৰোগীৰ সংখ্যা ০.০১ শতাংশ ৷ ৰাষ্ট্ৰীয় স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি ক’ভিড-১৯ত আক্ৰান্ত হৈ আৰোগ্য হোৱা লোকৰ হাৰ ৯৮.৮০ শতাংশলৈ বৃদ্ধি পাইছে বুলি মন্ত্ৰালয়ে ৱেবছাইট যোগে প্ৰকাশ কৰে ৷

২৪ ঘণ্টাৰ ভিতৰত সক্ৰিয় ক’ভিড-১৯ ৰোগীৰ সংখ্যা ৪৪টা পৰ্যন্ত বৃদ্ধি পোৱা গৈছে বুলি সংশ্লিষ্ট সূত্ৰই জানিবলৈ দিয়ে । এই ৰোগত আক্ৰান্ত হৈ সুস্থ হোৱা লোকৰ সংখ্যা ৪,৪১,৪৪,০২৯ লৈ বৃদ্ধি পোৱাৰ বিপৰীতে ৰোগীৰ মৃত্যুৰ হাৰ ১.১৯ শতাংশ বুলি মন্ত্ৰণালয়ে জনায় (Death percentage of Covid 19)। এই পৰ্যন্ত দেশত মুঠ ৪,৪৬,৭৮,৩৮৪ জন লোক ক’ভিড-১৯ ত আক্ৰান্ত হৈছে বুলি জনায় মন্ত্ৰণালয়ে । মন্ত্ৰণালয়ৰ তথ্য অনুসৰি ক’ভিড-১৯ৰ টিকাকৰণ অভিযানৰ অধীনত দেশত এই পৰ্যন্ত ২২০.১০ কোটি ড’জ কোভিড ভেকচিন প্ৰদান কৰা হৈছে (Covid vaccine)

২০২০ চনৰ ৭ আগষ্টত ভাৰতৰ ক’ভিড-১৯ৰ সংখ্যাই ২০ লাখৰ সীমা অতিক্ৰম কৰিছিল ৷ ২০২০ চনৰ ২৩ আগষ্টত ৩০ লাখৰ সীমা অতিক্ৰম কৰিছিল । ৫ ছেপ্টেম্বৰত ৪০ লাখ আৰু ১৬ ছেপ্টেম্বৰত ৫০ লাখৰ । ১১ অক্টোবৰত ৭০ লাখ, ২৯ অক্টোবৰত ৮০ লাখ, ২০ নৱেম্বৰত ৯০ লাখ অতিক্ৰম কৰি দুই কোটিৰ ভয়াৱহ মাইলৰ খুঁটি অতিক্ৰম কৰিলে ৷

লগতে পঢ়ক: Phillobari Veterinary hospital: পয়া লগা অৱস্থাত পৰিণত ফিল’বাৰী পশু চিকিৎসালয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.