ETV Bharat / bharat

ক’ভিড-19: ভাৰতৰ শেহতীয়া তথ্য

author img

By

Published : May 25, 2021, 11:33 AM IST

Updated : Jun 3, 2021, 12:27 PM IST

স্বাস্থ্য মন্ত্ৰালয়ে সদৰী কৰা মতে, ভাৰতত এদিনতে ক’ভিডত 1,96,427 গৰাকী লোক আক্ৰান্ত হোৱাৰ লগতে 3,511 গৰাকীৰ মৃত্যু হৈছে ৷ সম্প্ৰতি দেশত ক’ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা 2,69,48,874 গৰাকীলৈ বৃদ্ধি হোৱাৰ বিপৰীতে মৃত্যু হৈছে 3,07,231 গৰাকীৰ ৷

India Covid tracker
ক’ভিড-19: ভাৰতৰ শেহতীয়া তথ্য

নেশ্যনেল ডেস্ক,25 মে’: ভাৰতত দ্ৰুতগতিত বৃদ্ধি পোৱা ক’ভিড সংক্ৰমণে এতিয়া সমগ্ৰ দেশতে ত্ৰাসৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ৷ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা তথ্য অনুসৰি, বিগত 24 ঘণ্টাৰ ভিতৰত ভাৰতত 1,96,427 গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈছে ৷ আনহাতে মৃত্যু হৈছে 3,511 গৰাকী ৷ ইয়াৰ বিপৰীতে ক’ভিডৰ পৰা সুস্থ হৈ উঠিছে 3,26,850 গৰাকী লোক ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ভাৰতত বৰ্তমানলৈকে ক’ভিডত আক্ৰান্তৰ সংখ্যা 2,69,48,874 গৰাকীলৈ বৃদ্ধি পাইছে ৷ ইফালে ক’ভিডত মৃত্যু হৈছে 3,07,231 গৰাকীকৈ লোকৰ ৷ এই পৰ্যন্ত ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে 2,40,54,861 গৰাকীয়ে ৷

সম্প্ৰতি দেশত সক্ৰিয় হৈ থকা ক’ভিড ৰোগীৰ সংখ্যা 25,86,782 গৰাকী ৷ এতিয়ালৈকে 19,85,38,999 গৰাকী লোকক ক’ভিড ভেকচিন প্ৰদান কৰা বুলি স্বাস্থ্য মন্ত্ৰালয়ে জানিবলৈ দিছে ৷

লগতে পঢ়ক : ক’ভিড 19: মিজোৰামৰ শেহতীয়া তথ্য

Last Updated : Jun 3, 2021, 12:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.