ETV Bharat / bharat

Gujarat Assembly Polls: গুজৰাটত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ সামৰণি - গুজৰাটত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ সামৰণি

গুজৰাটত 93 খন বিধানসভা সমষ্টিত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ সামৰণি পৰে ৷ পুৱা 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈকে 62 শতাংশ ভোটদান সম্পন্ন কৰা হয় (second phase about 62 percent polling)৷

In the second phase about 62 percent polling has taken place
Gujarat Assembly Polls: গুজৰাটত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ সামৰণি
author img

By

Published : Dec 5, 2022, 6:12 PM IST

  • গুজৰাটত 93 খন বিধানসভা সমষ্টিত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ সামৰণি (Gujarat Assembly Polls)
  • সোমবাৰে পুৱা 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈকে 62 শতাংশ ভোটদান সম্পন্ন
  • আহমেদাবাদত বিয়লি 5 বজালৈকে 14 খন জিলাৰ ভিতৰত সৰ্বনিম্ন 53.16% ভোটদান সম্পন্ন হৈছিল
  • 14,975 টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ কৰা হৈছিল
  • দ্বিতীয় পৰ্যায়ত 36,000 ইলেক্ট্ৰনিক ভোটিং মেচিন (ইভিএম) ব্যৱহাৰ কৰা হৈছিল
  • ভোটগ্ৰহণৰ সুবিধাৰ্থে 14 খন জিলাত প্ৰায় 29,000 প্ৰিজাইডিং বিষয়া আৰু 84,000 তকৈও অধিক ভোটগ্ৰহণ বিষয়া মোতায়েন কৰা হৈছে
  • মুঠ ভোটাৰৰ সংখ্যা 2,51,58,730 গৰাকী
  • ইয়াৰে ভিতৰত 1,29,26,501 জন পুৰুষ, 1,22,31,335 গৰাকী মহিলা আৰু 894 জন তৃতীয় লিংগৰ
  • জিলা পৰ্যায়ত বিৱৰণী
  • চাবৰকান্থাত সৰ্বাধিক 68 শতাংশ
  • দাহোদত 57 শতাংশ
  • বনসকান্থাতয 66 শতাংশ
  • পাটনেত 61 শতাংশ
  • মেহছানাত 62 শতাংশ
  • আৰাৱলীত 65 শতাংশ
  • গান্ধীনগৰত 63 শতাংশ
  • আহমেদাবাদত 55 শতাংশ
  • সুখত 64 শতাংশ
  • খেদাত 64শতাংশ
  • সাগৰত 59 শতাংশ
  • পঞ্চমহলত 64 শতাংশ
  • বদোদৰাত 60 শতাংশ
  • ছোটা উদেপুৰত 65 শতাংশ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.