ETV Bharat / bharat

Gujarat assembly polls: গুজৰাটত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ সামৰণি

গুজৰাটৰ 89 টা বিধানসভা সমষ্টিত আজি সন্ধিয়া 5 বজাত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ সামৰণি পৰে (Gujarat assembly polls) ৷

In the first phase 56 88 percent voting took place till 5 pm
Gujarat assembly polls: গুজৰাটৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ সামৰণি
author img

By

Published : Dec 1, 2022, 6:06 PM IST

  • গুজৰাটৰ 89 টা বিধানসভা সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ সামৰণি
  • চুৰাট-কচ্চ আৰু দক্ষিণ গুজৰাটৰ 19 খন জিলাক সামৰি আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছে (Gujarat assembly polls)
  • মুঠ 182 টা সমষ্টিৰ প্ৰথম পৰ্যায়ত 89 টা আৰু দ্বিতীয় পৰ্যায়ত 93 সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ’ব
  • প্ৰথম পৰ্যায়ত ভাগ্য নিৰ্ণয় হ’ব 788 গৰাকী প্ৰাৰ্থীৰ
  • প্ৰথম পৰ্যায়ত ৫৬.৮৮ শতাংশ ভোটদান সম্পন্ন হয়
  • পুৱা 8 বজাৰ পৰা বিয়লি 5 বজালৈ ভোটগ্ৰহণ হয়
  • জিলা পৰ্যায়ত বিৱৰণীঃ
  • আমৰেলী 52.73 শতাংশ
  • ভৰোচ 59.36 শতাংশ
  • ভাৱনগৰ 51.34 শতাংশ
  • ব’টাড 51.64 শতাংশ
  • ডাং 64.84 শতাংশ
  • দেৱভূমি দ্বাৰকা 59.11 শতাংশ
  • গিৰ সোমনাথ 60.46 শতাংশ
  • জামনগৰ 53.98 শতাংশ
  • জুনগড় 52.04 শতাংশ
  • কচ্চ 54.52 শতাংশ
  • মৰবি 56.20 শতাংশ
  • নৰ্মদা 68.09 শতাংশ
  • নৱৰ্শি 65.91 শতাংশ
  • পোৰবন্দৰ 53.84 শতাংশ
  • ৰাজকোট 51.66 শতাংশ
  • চুৰাট 57.16 শতাংশ
  • ছুৰেন্দ্ৰনগৰ 58.14 শতাংশ
  • তাপি 72.32 শতাংশ
  • ৱলছাদ 62.46 শতাংশ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.