ETV Bharat / bharat

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিসমূহ

author img

By

Published : Nov 29, 2020, 7:22 AM IST

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটোৰ কিছুমান গুৰুত্বপূৰ্ণ বাতৰি...

Important national events to look for today
ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰি
  • ‘মন কী বাত’ৰ 71 নং খণ্ডত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

আজি দিনৰ 11 বজাত জনপ্ৰিয় ৰেডিঅ’ অনুষ্ঠান ‘মন কী বাত’ৰ 71 নং খণ্ডত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ দেশৰ শেহতীয়া গুৰুত্বপূৰ্ণ সমস্য়া সন্দৰ্ভত নিজৰ ভাৱধাৰা ব্যক্ত কৰিব প্ৰধানমন্ত্ৰীয়ে ৷ অল ইণ্ডিয়া ৰেডিঅ’ আৰু দূৰদৰ্শনত সম্প্ৰচাৰ হ’ব এই অনুষ্ঠান ৷

  • মণিপুৰ পৰিদৰ্শন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

আজি উত্তৰ-পূৱৰ অন্যতম ৰাজ্য় মণিপুৰত উপস্থিত হ’ব গৃহমন্ত্ৰী অমিত শ্বাহ ৷ নগা ৰাজনৈতিক সমস্যা সন্দৰ্ভত অংশীদাৰসকলৰ সৈতে পৰ্যালোচনা কৰিব অমিত শ্বাহে ৷

গৃহমন্ত্ৰীগৰাকী উপস্থিত হোৱাৰ পূৰ্বে ৰাজ্যখনত জাৰী কৰা হৈছে কটকটীয়া নিৰাপত্তা ৷

  • ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত দ্বিতীয়খন এদিনীয়া শৃংখলা

আজি চিডনী ক্ৰিকেট গ্ৰাউণ্ডত ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব দ্বিতীয়খন এদিনীয়া শৃংখলা ৷ প্ৰথমখন এদিনীয়া শৃংখলাত অষ্ট্ৰেলিয়াই ভাৰতক 66 ৰাণত হৰুৱাই 1-0 ছিৰিজত অগ্ৰগতি লাভ কৰি আছে ৷ দ্বিতীয়খন মেচত নিজৰ জয় সুৰক্ষিত কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিব ভাৰতীয় দলে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.