ETV Bharat / bharat

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিসমূহ

author img

By

Published : Nov 26, 2020, 10:08 AM IST

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটোৰ কিছুমান গুৰুত্বপূৰ্ণ বাতৰি...

Important national events to look for today
ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিসমূহ

26/11 আক্ৰমণৰ 12 বৰ্ষপূৰ্তি পালন কৰিব মুম্বাই আৰক্ষীয়ে-

আজি মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ 12 বছৰীয়া শোক প্ৰকাশ কৰিব মুম্বাই আৰক্ষীয়ে ৷ মুম্বাই আৰক্ষীয়ে শ্বহীদ সুৰক্ষা কৰ্মীসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ অৰ্থে এক কাৰ্যসূচী আয়োজন কৰিছে ৷

26/11 আক্ৰমণৰ 12 বৰ্ষপূৰ্তি পালন
26/11 আক্ৰমণৰ 12 বৰ্ষপূৰ্তি পালন

আৰক্ষীৰ সূত্ৰই জনোৱা মতে,এই কাৰ্যসূচীত ক’ভিড প্ৰট’কল মানি এক সীমিত সংখ্যক লোক উপস্থিত থাকিব ৷ এই সমাৰোহ দক্ষিণ মুম্বাই আৰক্ষীৰ মুখ্য কাৰ্যালয়ত নৱ নিৰ্মিত স্মাৰকস্থলীত অনুষ্ঠিত কৰা হ’ব ৷ ইয়াত শ্বহীদ সুৰক্ষা কৰ্মীসকলৰ পৰিয়ালৰ সদস্য় উপস্থিত থাকিব ৷

নিভাৰ ঘূৰ্ণীবতাহ : তেলেংগানাৰ 16 খন জিলাত সমূহীয়া বন্ধৰ ঘোষণা চৰকাৰৰ-

নিভাৰ ঘূৰ্ণীবতাহৰ প্ৰতি লক্ষ্য ৰাখি আজি Negotiable Instruments Act, 1881 আইনৰ অধীনত 16 খন জিলাত সমূহীয়া বন্ধৰ ঘোষণা কৰিছে তেলেংগানা চৰকাৰে ৷

নিভাৰ ঘূৰ্ণীবতাহ
নিভাৰ ঘূৰ্ণীবতাহ

মুখ্য সচিব কে. শ্বনমুগমে জাৰী কৰা প্ৰতিবেদনৰ মতে, থাঞ্জাৱুৰ, তিৰুৱাৰুৰ, তিৰুৱন্নামালাই, কুড্ডলোৰ, কাঞ্চীপুৰম, চেন্নাই, চেনগালপট্টু, তিৰুৱল্লুৰ, আৰিয়ালুৰ, পেৰাম্বালুৰ, কাল্লাকুৰিচি. ৱিল্লুপুৰম, তিৰুপাথুৰ, ৱেল্লোৰ, ৰাণীপেট আৰু নাগাপট্টিনাম জিলাত এই বন্ধৰ ঘোষণা কৰা হৈছে ৷

বেংক কৰ্মচাৰী সংস্থাৰ এদিনীয়া ধৰ্মঘট-

আজি দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিব সৰ্বভাৰতীয় বেংক কৰ্মচাৰী সংস্থা (AIBEA)য়ে ৷ চৰকাৰৰ শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে কেন্দ্ৰীয় বাণিজ্য় সংস্থাৰ দ্বাৰা আয়োজন কৰা হৈছে এই ধৰ্মঘট কাৰ্যসূচীৰ ৷

বেংক কৰ্মচাৰী সংস্থাৰ এদিনীয়া ধৰ্মঘট
বেংক কৰ্মচাৰী সংস্থাৰ এদিনীয়া ধৰ্মঘট

ভাৰতীয় মজদুৰ সংস্থাক বাদ দি দহটা কেন্দ্ৰীয় কেন্দ্ৰীয় বাণিজ্য় সংস্থাই সাব্যস্ত কৰিব এই প্ৰতিবাদ ৷

কৃষকৰ প্ৰতিবাদৰ মাজতে দিল্লী মেট্ৰ’ সেৱাত প্ৰভাৱ-

কৃষকসকলৰ প্ৰতিবাদৰ মাজতে আজি দিল্লী মেট্ৰ’ সেৱাত প্ৰভাৱ পৰিব ৷ উত্তৰ প্ৰদেশ, হাৰিয়ানা আৰু পঞ্জাৱৰ লগতে দেশৰ ভিন্ন প্ৰান্তত কৃষক সংগঠনসকলে কৃষি আইনৰ বিৰুদ্ধে ‘দিল্লী চলো’ প্ৰতিবাদৰ আয়োজন কৰিছে ৷

দিল্লী মেট্ৰ’ সেৱাত প্ৰভাৱ
দিল্লী মেট্ৰ’ সেৱাত প্ৰভাৱ

হিমাচল প্ৰদেশত প্ৰচণ্ড তুষাৰপাতৰ বাবে হালধীয়া সতৰ্কতা জাৰি ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ-

হিমাচল প্ৰদেশৰ বিভিন্ন উচ্চ অংশত বুধবাৰে হোৱা প্ৰচণ্ড তুষাৰপাত পৰিলক্ষিত হয় ৷ এই তুষাৰপাত আগন্তুক 24 ঘণ্টালৈ থকাৰ সম্ভাৱনা আছে ৷ সেইবাবে বতৰ বিজ্ঞান বিভাগে ৰাজ্যখনত হালধীয়া সতৰ্কতা জাৰি কৰিছে ৷

হিমাচল প্ৰদেশত প্ৰচণ্ড তুষাৰপাতৰ বাবে হালধীয়া সতৰ্কতা জাৰি

-2.7 ডিগ্ৰী ছেলছিয়াছৰ উঞ্চতাৰ সৈতে হিমাচলৰ কেলংগত সৰ্বাধিক ঠাণ্ডা পৰা পৰিলক্ষিত হৈছে ৷ ইয়াৰ পাচতে -1.6 ডিগ্ৰী ছেলছিয়াছেৰে কল্পা দ্বিতীয় স্থানত আছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.