ETV Bharat / bharat

Side Effect of Skipping Dinner: মেদবহুলতা হ্ৰাস কৰিবলৈ ৰাতিৰ আহাৰ ত্যাগ কৰাৰ নাই কোনো প্ৰয়োজনীয়তা - diet maintain

বহুতে ওজন নিয়ন্ত্ৰণৰ বাবে ৰাতিৰ আহাৰ এৰি দিয়ে, ইয়াৰ ফলত স্বাস্থ্যৰ ওপৰতো বহু গুৰুতৰ প্ৰভাৱ পৰিব পাৰে । জানক ৰাতিৰ আহাৰ এৰি দিলে কেনে ধৰণৰ স্বাস্থ্যজনিত সমস্যা হ'ব পাৰে ৷

If you do not have dinner in order to reduce obesity then know its serious disadvantages
মেদবহুলতা হ্ৰাস কৰিবলৈ ৰাতিৰ আহাৰ ত্যাগ কৰাৰ নাই কোনো প্ৰয়োজনীয়তা
author img

By

Published : Jan 27, 2023, 11:12 AM IST

ওজন কমাব বিচৰা লোকসকলে ডায়েটিং আৰু উপবাস কৰাটো আটাইতকৈ সহজ উপায় বুলি বিবেচনা কৰে । অৱশ্যে আপুনি ইতিবাচকতৈ ইয়াৰ নেতিবাচক প্ৰভাৱ অধিক দেখিবলৈ পাব । হয়, খাদ্য এৰিলে মনৰ লগতে শৰীৰতো প্ৰভাৱ পৰে । য’ত শাৰীৰিক দুৰ্বলতা অনুভৱ হয়, তাত মানসিকভাৱে ব্যক্তিজন খিংখিঙীয়া হৈ পৰে । গতিকে ওজন নিয়ন্ত্ৰণৰ প্ৰক্ৰিয়াত ৰাতিও কোনো খাদ্য এৰিব নালাগে(Negative effects of skipping meals)। হয়, লঘু খাদ্য এটা ভাল বিকল্প । ৰাতিৰ আহাৰ এৰি দিলে কি কি অসুবিধা হয় জনাওক(Side Effect of Skipping Dinner)।

হ’ব পাৰে পেটৰ বিষৰ দৰে সমস্যা

যিসকল লোকে ৰাতি খাদ্য নাখায়, তেওঁলোকৰ প্ৰায়ে পেটৰ বিষৰ সমস্যা হয় । কেতিয়াবা এই বিষ ইমানেই বেছি হয় যে সহ্য কৰাটো কঠিন হৈ পৰে । গতিকে ৰাতিৰ আহাৰ নোখোৱাতকৈ লঘু খাদ্য খোৱাই ভাল । আঁহযুক্ত খাদ্য লওক(skipping dinner weight loss success stories) । এবাটি মচুৰ দাইল বা সিজোৱা শাক-পাচলি খুব উপকাৰী । মানে ৰাতিৰ আহাৰত এনে খাদ্য সামগ্ৰী বাছি লোৱা, যিবোৰ সহজে হজম হয় আৰু পেটটো বহুদিনলৈকে ভৰি থাকে ।

দুৰ্বলতা আহিব পাৰে

এদিন বা দুদিন ৰাতিৰ আহাৰ এৰি দিলে বিশেষ পাৰ্থক্য নাথাকে, কিন্তু এনে দৈনিক কৰিলে আপুনি দুৰ্বল হৈ পৰিব পাৰে । দৰাচলতে সেইসকল লোকেহে ৰাতিৰ আহাৰ স্কিপ কৰে যিসকলে মেদবহুলতা বা ওজন কমাবলগীয়া হয় । ৰাতিৰ আহাৰ গ্ৰহণৰ সৈতে বহু সময়ত ব্ৰেকফাষ্টো এৰি দিয়ে । এই চক্ৰত শৰীৰ দুৰ্বল হৈ পৰে । আপোনাৰ এই অভ্যাসে আপোনাৰ শাৰীৰিক স্বাস্থ্যৰ লগতে মানসিক স্বাস্থ্যতো বেয়া প্ৰভাৱ পেলায়(can skipping meals help lose weight) ।

টোপনিৰ সমস্যা বাঢ়িব পাৰে

এই সকলোবোৰৰ উপৰিও ৰাতি খাদ্য নোখোৱাৰ বাবেও টোপনি নোহোৱাৰ সমস্যা বাঢ়িব পাৰে । কাৰণ ৰাতি বাঢ়ি যোৱাৰ লগে লগে ভোক আৰম্ভ হয়, যাৰ বাবে বহু সময়ত পেটৰ তীব্ৰ বিষ হয় । এনে পৰিস্থিতিত টোপনি নাথাকে বা যদি শুই আছে তেন্তে ভোকৰ বাবে টোপনি খোল খায় । টোপনি বিঘিনিৰ বাবে গোটেই ৰুটিনটো নষ্ট হৈ যায় ।

লগতে পঢ়ক: Zinc Deficiency: শৰীৰত জিংকৰ অভাৱত দেখা দিয়ে এইসমূহ লক্ষণ, খাদ্য তালিকাত যোগ কৰক এইসমূহ খাদ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.