ETV Bharat / bharat

Hyderabad Encounter case: বন্ধ খামত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

হায়দৰাবাদত দলবদ্ধ ধৰ্ষণ আৰু পশু চিকিৎসকক হত্যাৰ গোচৰত চাৰিজন অভিযুক্তৰ এনকাউণ্টাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে আজি তদন্ত আয়োগক বন্ধ খামত প্ৰতিবেদন (Sealed cover report ) দাখিল কৰাৰ নিৰ্দেশ দিছে ৷ সবিশেষ জানো আহক ৷

author img

By

Published : May 20, 2022, 4:05 PM IST

Updated : May 20, 2022, 4:27 PM IST

hyderabad-encounter-probe-report-to-high-court
Hyderabad Encounter case: বন্ধ খামত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

নিউজ ডেস্ক, 20 মে ’ : হায়দৰাবাদত এজন পশু চিকিৎসকক হত্যা আৰু দলবদ্ধ ধৰ্ষণৰ গোচৰত চাৰিজন অভিযুক্তৰ এনকাউণ্টাৰ সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ে তিনিজনীয়া তদন্ত আয়োগক বন্ধ খামত প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ দিয়ে আৰু বিষয়টো সন্দৰ্ভত পৰৱৰ্তী পদক্ষেপৰ বাবে তেলেংগানা উচ্চ ন্যায়ালয়লৈ (Telangana High Court) স্থানান্তৰ কৰে (Hyderabad Encounter Probe Report To High Court) ।

মুখ্য ন্যায়াধীশ এন ভি ৰমনা আৰু ন্যায়াধীশ সূৰ্য কান্ত আৰু হিমা কোহলীক লৈ গঠিত এখন বিচাৰপীঠে জ্যেষ্ঠ অধিবক্তা শ্যাম দিভানৰ প্ৰতিবেদনখন বন্ধ খামত ৰখাৰ বাবে দাখিল কৰা তৎপৰতাত সন্মত হোৱা নাছিল।

বিচাৰপীঠে কয়, "এইয়া এনকাউণ্টাৰ গোচৰৰ (Hyderabad Encounter case) সৈতে সম্পৰ্কিত । আয়োগে কাৰোবাক দোষী সাব্যস্ত কৰিছে। আমি বিষয়টো উচ্চ ন্যায়ালয়লৈ প্ৰেৰণ কৰিব বিচাৰো । আমি গোচৰটো উচ্চ ন্যায়ালয়লৈ ঘূৰাই পঠিয়াব লাগিব, আমি এই গোচৰটো নিৰীক্ষণ কৰিব নোৱাৰো । এক বিতং প্ৰতিবেদন দাখিল কৰা হৈছে । "

বিচাৰপীঠ খনে লগতে কয়, "আমি আয়োগ সচিবালয়ক দুয়োপক্ষক প্ৰতিবেদনৰ এটা প্ৰতিলিপি প্ৰদান কৰিবলৈ নিৰ্দেশ দিছো " ৷

লগতে পঢ়ক : 1988 road rage case : আত্মসমৰ্পণৰ বাবে কেইসপ্তাহমান সময় লাগে নৱজ্যোৎ সিং সিদ্ধুক

Last Updated : May 20, 2022, 4:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.