ETV Bharat / bharat

হাৰিয়ানাত পিতৃয়ে পুখুৰীলৈ দলিয়ালে নিজ সন্তানকঃ গ্ৰেপ্তাৰ পাষাণ পিতৃ - পাষাণ পিতৃ

হাৰিয়ানাত সংঘটিত হৈছে এক পাষৱিক কাণ্ড ৷ নিজৰ 3 সন্তানক পুখুৰীলৈ দলিয়ালে পাষাণ পিতৃয়ে ৷ ঘটনা সন্দৰ্ভত পাষাণ পিতৃ সুশীল কুমাৰক গ্ৰেপ্তাৰ কৰে কুঞ্জপুৰা আৰক্ষীয়ে ৷

Haryana man throws his three children into canal, arrested
হাৰিয়ানাত পিতৃয়ে পুখুৰীলৈ দলিয়ালে নিজ সন্তানকঃ গ্ৰেপ্তাৰ পাষাণ পিতৃ
author img

By

Published : Nov 24, 2020, 7:03 PM IST

নিউজ ডেস্ক,24 নৱেম্বৰঃহাৰিয়ানাত সংঘটিত হৈছে এক পাষৱিক কাণ্ড ৷ নিজৰ 3 সন্তানক পুখুৰীলৈ দলিয়ালে পাষাণ পিতৃয়ে ৷ জানিব পৰা মতে, নিজ পত্নীৰ লগত কাজিয়া লাগি খঙত অগ্নিশৰ্মা হৈ সুশীল কুমাৰ নামৰ পাষাণ পিতৃগৰাকীয়ে এই কাণ্ড সংঘটিত কৰে ৷

ইপিনে, ঘটনা সন্দৰ্ভত সোমবাৰে পাষাণ পিতৃ সুশীল কুমাৰক কুঞ্জপুৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ তদুপৰি সোধা-পোচাৰ অন্তত সুশীল কুমাৰে নিজমুখে আৰক্ষীৰ আগত এই জঘন্য কাণ্ড সংঘটিত কৰাৰ কথা স্বীকাৰ কৰা বুলি মঙলবাৰে কুঞ্জপুৰা আৰক্ষী থানাৰ শীৰ্ষ বিষয়া মুনিষ কুমাৰে সাংবাদিকৰ আগত মন্তব্য কৰে ৷

লগতে পঢ়কঃ ৰাজীৱ ভৱনত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰ দেহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.