ETV Bharat / bharat

Goa Election 2022 Results: গোৱাত কাৰ হ’ব সংখ্যাগৰিষ্ঠ চৰকাৰ ? - গোৱা বিধানসভাৰ নিৰ্বাচন 2022

কাৰ দখললৈ যাব গোৱা বিধানসভা ? কোনে মাৰিব শেষ হাঁহি ? অপেক্ষা আৰু কিছু সময়....

Goa Election 2022 results
গোৱাত কোনে মাৰিব শেষ হাঁহি !
author img

By

Published : Mar 10, 2022, 8:30 AM IST

নিউজ ডেস্ক, 10 মাৰ্চ : মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী । আজি অৰ্থাৎ বৃহস্পতিবাৰে ঘোষণা হ'ব উত্তৰপ্ৰদেশ, পঞ্জাব, উত্তৰাখণ্ড, গোৱা আৰু মণিপুৰ বিধানসভা নিৰ্বাচনৰ ফলাফল । এই নিৰ্বাচন বিজেপিৰ বাবে অতি গুৰুত্বপূৰ্ণ বিবেচিত হৈছে ।

পুৱা 8 বজাৰ লগে লগে গোৱাত আৰম্ভ হৈছে ভোটগণনা (Goa assembly elections 2022)৷ লগে লগে সকলোৰে দৃষ্টি নিবদ্ধ হৈ পৰিছে বহু চৰ্চিত গোৱাৰ 40খন আসন কাৰ দখললৈ আহিব ? গোৱা বিধানসভাৰ নিৰ্বাচন 2022ত ক’ত কাৰ ভাগ্য নিৰ্ণয় হ'ব ? কোনে মাৰিব শেষ হাঁহি ?

2022 ৰ গোৱাৰ ৪০ খন বিধানসভা আসনৰ বাবে মুঠ ৩০১ গৰাকী প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰতিদ্বন্দিতা । বিজেপি, কংগ্ৰেছ, এনচিপি, মহাৰাষ্ট্ৰবাদী গোমাংতক পাৰ্টীৰ দৰে পুৰণি খেলুৱৈৰ উপৰিও টিএমচি, আৰজিপি, জয় মহা ভাৰত পাৰ্টী, গোয়েঞ্চো স্বাভিমান পাৰ্টি আৰু সংম্ভাজী ব্ৰিগেডৰ বাবে যোৱা নিৰ্বাচনৰ তুলনাত আৰু ৫০ গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে ৷

লগতে পঢ়ক : পৌৰ নিৰ্বাচনৰ দুটা ৱাৰ্ডত আপৰ প্ৰাৰ্থীৰ জয় : অৰবিন্দ কেজৰিৱালৰ শুভেচ্ছা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.