ETV Bharat / bharat

ৰাজ্যসভালৈ মনোনীত পিটি ঊষা, ইলাইয়াৰাজাসহ চাৰি বিশিষ্ট ব্যক্তি

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৰাজ্যসভালৈ মনোনীত কৰিছে প্ৰাক্তন খেলুৱৈ পিটি উষা, প্ৰসিদ্ধ সংগীতজ্ঞ ইলাইয়াৰাজা, কৰ্নাটকৰ ধৰ্মস্থল মন্দিৰৰ ৰ্ধমগুৰু তথা সমাজসেৱক বীৰেন্দ্ৰ হেগড়ে আৰু ভাৰতীয় চিত্ৰনাট্যকাৰ তথা চলচ্চিত্ৰ পৰিচালক ভি বিজয়েন্দ্ৰ প্ৰসাদক । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰ যোগে সদৰী কৰিছে এই তথ্য (PM Modi congratulate all four nominated to rajya sabha) ।

author img

By

Published : Jul 7, 2022, 10:05 AM IST

four persons nominated including pt usha and illyaraja
ৰাজ্যসভালৈ মনোনীত পিটি ঊষা, ইলাইয়াৰাজাকে ধৰি চাৰিজন সদস্যাক

নেশ্যনেল ডেস্ক, 7 জুলাই: ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৰাজ্যসভালৈ মনোনীত কৰিছে চাৰিগৰাকী বিশিষ্ট ব্যাক্তিক (President Ram Nath Kovind nominated four persons to rajya sabha)৷ দৌৰবিদ পি টি উষা, প্ৰখ্য়াত সংগীতজ্ঞ ইলাইয়াৰাজাকে ধৰি চাৰিগৰাকী ব্যক্তিক ৰাজ্যসভালৈ মনোনীত কৰিছে ৰাষ্ট্ৰপতিয়ে (Four persons including PT Usha, Ilaiaraja nominated to rajya sabha)। বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট কৰি প্ৰকাশ কৰে এই তথ্য । প্ৰধানমন্ত্ৰী মোদীয়ে সুকীয়াকৈ টুইট কৰি ৰাজ্যসভালৈ মনোনীত চাৰিওজনে অভিনন্দন জনায় ।

  • The remarkable PT Usha Ji is an inspiration for every Indian. Her accomplishments in sports are widely known but equally commendable is her work to mentor budding athletes over the last several years. Congratulations to her on being nominated to the Rajya Sabha. @PTUshaOfficial pic.twitter.com/uHkXu52Bgc

    — Narendra Modi (@narendramodi) July 6, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰাক্তন খেলুৱৈ পি টি উষাক (Former player PT Usha) টেগ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে টুইটাৰ যোগে কয়, পিটি উষা প্ৰতিজন ভাৰতীয়ৰ বাবে এক প্ৰেৰণা ৷ ক্ৰীড়াৰ ক্ষেত্ৰত তেওঁৰ কৃতিত্বসমূহ যেনেদৰে বহুলভাৱে পৰিচিত, ঠিক একেদৰে বছৰ বছৰ ধৰি উদীয়মান খেলুৱৈসকলক পথ প্ৰদৰ্শন কৰা তেওঁৰ কামো সমানেই প্ৰশংসনীয় বুলি উল্লেখ কৰি ৰাজ্যসভালৈ মনোনীত হোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰে ।

  • The creative genius of @ilaiyaraaja Ji has enthralled people across generations. His works beautifully reflect many emotions. What is equally inspiring is his life journey- he rose from a humble background and achieved so much. Glad that he has been nominated to the Rajya Sabha. pic.twitter.com/VH6wedLByC

একেদৰে বিখ্যাত সংগীতজ্ঞ ইলাইয়াৰাজাক (Famous musician Ilaiaraja)ৰাজ্যসভালৈ মনোনীত কৰাত প্ৰধানমন্ত্ৰী মোদীয়ে আনন্দ প্ৰকাশ কৰি টুইটাৰযোগে ইলাইয়াৰাজাৰ সৃষ্টিশীল প্ৰতিভাত বহুতো আৱেগ সুন্দৰকৈ চিত্ৰিত কৰি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ মানুহক মন্ত্ৰমুগ্ধ কৰি আহিছে বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

  • Shri Veerendra Heggade Ji is at the forefront of outstanding community service. I have had the opportunity to pray at the Dharmasthala Temple and also witness the great work he is doing in health, education and culture. He will certainly enrich Parliamentary proceedings. pic.twitter.com/tMTk0BD7Vf

কৰ্নাটকৰ ধৰ্মস্থল মন্দিৰৰ ধৰ্মাধিকাৰী তথা সমাজকৰ্মী বীৰেন্দ্ৰ হেগড়েক (Virendra Hegde social worker of Dharmasthala temple in Karnataka) ৰাজ্যসভালৈ মনোনীত কৰা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে টুইটাৰযেোগে কয় উৎকৃষ্ট সমাজসেৱাৰ উদাহৰণ বীৰেন্দ্ৰ হেগড়ে । তেওঁৰ বাবে ধৰ্মস্থল মন্দিৰত প্ৰাৰ্থনা কৰাৰ সুযোগ পাইছে বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ স্বাস্থ্য, শিক্ষা আৰু সংস্কৃতিৰ ক্ষেত্ৰতো তেওঁৰ অৱদান যথেষ্ঠ বুলি কৈ তেওঁৰ এই কামবোৰে আগন্তুক সংসদীয় কাৰ্য্যবিধিত সহায় কৰিব বুলি টুইটত উল্লেখ প্ৰধানমন্ত্ৰীৰ ।

  • Shri V. Vijayendra Prasad Garu is associated with the creative world for decades. His works showcase India's glorious culture and have made a mark globally. Congratulations to him for being nominated to the Rajya Sabha.

লগতে ভাৰতীয় চিত্ৰনাট্যকাৰ তথা চলচ্চিত্ৰ পৰিচালক ভি বিজয়েন্দ্ৰ প্ৰসাদক (Indian screenplay writer and film director V Vijayendra Prasad) ৰাজ্যসভালৈ মনোনীত হোৱাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে অভিনন্দন জ্ঞাপন কৰে টুইটাৰ যোগে কয়, ভি বিজয়েন্দ্ৰ প্ৰসাদ দশক দশক ধৰি সৃষ্টিশীল জগতৰ সৈতে জড়িত হৈ আছে । তেওঁৰ ৰচনাসমূহে ভাৰতৰ গৌৰৱময় সংস্কৃতিৰ প্ৰতিফলন ঘটাই বিশ্ব মঞ্চত নিজৰ স্থান দখল কৰিছে বুলি উল্লেখ কৰি ৰাজ্যসভালৈ মনোনীত হোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰে ।

লগতে পঢ়ক: গুৱাহাটীত বাহৰ পাতি উত্তৰ-পূব ভ্ৰমণ দ্ৰৌপদী মুৰ্মুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.