ETV Bharat / bharat

সফলতাৰে সম্পন্ন হ’ল দহ বছৰীয়া নাবালিকাৰ pediatric open heart surgery - হৃদযন্ত্ৰৰ মুক্ত অস্ত্ৰোপচাৰ

দহ বছৰীয়া নাবালিকা এগৰাকীৰ pediatric open heart surgery সফলতাৰে সম্পন্ন কৰিছে আগৰতলাৰ জিবি পন্ত চিকিৎসালয়ে ৷ সবিশেষ জানো আহক (open heart surgery of a ten year old) ৷

first-pediatric-open-heart-surgery-of-children-successful-in-tripura
সফলতাৰে সম্পন্ন হ’ল দহ বছৰীয়া নাবালিকাৰ pediatric open heart surgery
author img

By

Published : Mar 3, 2022, 4:58 PM IST

আগৰতলা, 3 মাৰ্চ : আগৰতলাৰ জিবি পন্ত চিকিৎসালয়ৰ চিকিৎসকসকলে দহ বছৰীয়া নাবালিকা এগৰাকীৰ হৃদযন্ত্ৰৰ মুক্ত অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰিছে (open heart surgery of a ten year old) । বুধবাৰে ,এক প্ৰেছ বিজ্ঞপ্তিত পৰিয়াল কল্যাণ আৰু ৰোগ প্ৰতিৰোধ বিভাগৰ বিষয়াসকলে এই বিষয়ে জানিবলৈ দিয়ে ৷

তেওঁলকে সদৰি কৰে যে, আগৰতলা চৰকাৰী চিকিৎসা মহাবিদ্যালয় (এজিএমচি) আৰু জিবিপি চিকিৎসালয়ৰ কাৰ্ডিঅ'-থোৰাচিক এণ্ড ভাস্কুলাৰ এণ্ড ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজী (চিটিভিএছ আৰু আইআৰ) বিভাগে এগৰাকী দহ বছৰীয়া ছোৱালীৰ হৃদযন্ত্ৰৰ মুক্ত অস্ত্ৰোপচাৰ সফলভাৱে সম্পন্ন কৰে (pediatric open heart surgery of children) ।

উল্লেখ্য যে, ২১ ফেব্ৰুৱাৰীত নাবালিকা গৰাকীক এজিএমচি আৰু জিবিপি চিকিৎসালয়ৰ চিটিভিএছ আৰু আইআৰ বিভাগত ভৰ্তি কৰোৱা হৈছিল । ফেব্ৰুৱাৰী মাহৰ 24 তাৰিখে, কাৰ্ডিয়াক চাৰ্জন ডাঃ ভট্টাচাৰ্যই প্ৰায় পাঁচ ঘণ্টাৰ বাবে হৃদযন্ত্ৰৰ মুক্ত অস্ত্ৰোপচাৰ কৰি নাবালিকা গৰাকীক আৰোগ্য কৰি তোলে ।

লগতে পঢ়ক : আঁশীৰ দশকত ত্ৰিপুৰাৰ উগ্ৰপন্থী সমস্যা নিয়ন্ত্ৰণ কৰিবলৈ গঠন কৰা TSR ৰ প্ৰশংসা মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.