ETV Bharat / bharat

ওড়িশাত গুটখা প্ৰস্তুত কৰা কাৰখানাত ভয়াৱহ অগ্নিকাণ্ড; ২৫ জন আহত

author img

By

Published : Dec 20, 2021, 3:05 PM IST

সোমবাৰে পুৱা ওড়িশাৰ সাৰদাপলিত গুটখা প্ৰস্তুত কৰা এটা কাৰখানাত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড(Fire mishap at gutkha manufacturing unit in Saradhapali) । এই অগ্নিকাণ্ডত আহত হয় প্ৰায় ২৫ জন লোক । পিছত অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নুমুওৱা হয় ।

Fire breaks out at Gutkha manufacturing unit
সম্বলপুৰত গুটখা প্ৰস্তুত কৰা কাৰখানাত ভয়াৱহ অগ্নিকাণ্ড

নেশ্যনেল ডেস্ক, ২০ ডিচেম্বৰ: ওড়িশাৰ সম্বলপুৰ জিলাৰ সাৰদাপলিত সোমবাৰে ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়(Fire breaks out in Saradhapali) । সাৰদাপলিত থকা গুটখা প্ৰস্তুত কৰা এটা কাৰখানাত সংঘটিত হয় এই অগ্নিকাণ্ড(Fire breaks out at gutkha manufacturing unit) । মূহুৰ্ততে জুইৰ লেলিহান শিখাই আগুৰি ধৰে কাৰখানাটো ।

এই অগ্নিকাণ্ডত প্ৰায় ২৫ জন লোক আহত হয়(25 people injuried in Saradhapali fire incident) । জুই লগাৰ খবৰ পোৱাৰ পাচতে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী আৰু আৰক্ষী উপস্থিত হয় । পিছত অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত অগ্নি নিৰ্বাপিত কৰা হয় আৰু আহতসকলক উদ্ধাৰ কৰা হয় । আহতসকলক বুৰ্লাস্থিত বীৰ সুৰেন্দ্ৰ ছাই চিকিৎসা বিজ্ঞান আৰু গৱেষণা প্ৰতিষ্ঠানত ভৰ্তি কৰোৱা হয় ।

অৱশ্যে, অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ।

লগতে পঢ়ক:Omicron variant in India : প্ৰতিদিনে 14 লাখ লোক অ'মিক্ৰণত আক্ৰান্ত হোৱাৰ সম্ভাৱনা

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.