ETV Bharat / bharat

জনপ্ৰিয় নৃত্যশিল্পী স্বপ্না চৌধুৰীৰ বিৰুদ্ধে দাখিল এজাহাৰ

author img

By

Published : Feb 12, 2021, 10:28 AM IST

জনপ্ৰিয় নৃত্যশিল্পী স্বপ্না চৌধুৰীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰা হৈছে দিল্লী আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাত ৷

দিল্লীৰ জনপ্ৰিয় নৃত্যশিল্পী স্বপ্না চৌধুৰীৰ বিৰুদ্ধে দাখিল এজাহাৰ

নিউজ ডেস্ক,12ফেব্ৰুৱাৰী : দিল্লী আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাত নতুন দিল্লীৰ জনপ্ৰিয় নৃত্যশিল্পী স্বপ্না চৌধুৰীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰা হৈছে । অভিযোগকাৰীৰ অভিযোগ অনুসৰি, তেওঁৰ কোম্পানীৰ বিৰুদ্ধে কটু মন্তব্য কৰাৰ লগতে স্বপ্না চৌধুৰিয়ে ভাঙিছিল সামগ্ৰী ৷

বৰ্তমান, আইপিচিৰ ৪০৬/৪২০ আৰু ১২০ বি ধাৰাৰ অধীনত এখন এজাহাৰ দাখিল কৰা হৈছে নৃত্যশিল্পী গৰাকীৰ বিৰুদ্ধে । সম্প্ৰতি অৰ্থনৈতিক অপৰাধ শাখাই সমগ্ৰ বিষয়টোৰ তদন্ত কৰি আছে ।

স্বপ্না চৌধুৰীৰ উপৰিও, তেওঁৰ পৰিয়ালৰ সদস্য নীলম, কৰণ, ৰচনা, শিৱানী আৰু নীতিন কুমাৰৰ বিৰুদ্ধেও অভিযোগ উত্থাপন কৰা হৈছে ৷ এই অভিযোগ পৱন চাওলাৰ দ্বাৰা কৰা হৈছে ৷ আৰক্ষীয়ে বৰ্তমান এজাহাৰ পঞ্জীয়ন কৰি গোটেই বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে ৷

অন্য এক খবৰৰ বাবে: নলবাৰীত অসম গণ পৰিষদৰ কৰ্মী সভা

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.