ETV Bharat / bharat

তামিলনাডুত বিৰল ঘটনা : পোহনীয়া জন্তুৰ প্ৰতি গৰাকীৰ অফুৰন্ত মৰম - চিন্নাপ্পাই খৰছ কৰিলে 1 লাখ টকা

এটা ষাড়গৰুৰ অন্তিম সৎকাৰৰ বাবে গৰাকী চিন্নাপ্পাই খৰছ কৰিলে 1 লাখ টকা ৷ অতিকৈ মৰমৰ ষাড়গৰু কাৰিয়ানৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে কৃষক চিন্নাপ্পাই ৷

ষাড়গৰুৰ অন্তিম সৎকাৰৰ বাবে খৰছ লাখ টকা
তামিলনাডুত বিৰল ঘটনা
author img

By

Published : Nov 18, 2020, 10:27 AM IST

নেশ্যনেল ডেস্ক, 18 নৱেম্বৰ : এটা ষাড়গৰুৰ অন্তিম সৎকাৰৰ বাবে গৰাকী চিন্নাপ্পাই খৰছ কৰিলে 1 লাখ টকা ৷ অতিকৈ মৰমৰ ষাড়গৰু কাৰিয়ানৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে কৃষক চিন্নাপ্পাই ৷

তামিলনাডুৰ কৃষ্ণগিৰি জিলাৰ হুছুৰৰ পুনাপল্লি গাঁৱত সংঘটিত হৈছে এই ঘটনা ৷ 40 বৰ্ষীয় চিনাপ্পা নামৰ কৃষকজনে কৃষিকৰ্ম আৰু ষাড়গৰুৰ যুঁজৰ (জাল্লিকাট্টু) বাবে ক্ৰয় কৰিছিল গৰুটোক ৷ চাৰিবাৰ জাল্লিকাট্টুত অংশগ্ৰহণ কৰি চাৰিবাৰেই জয়ী হৈছিল কাৰিয়ান ৷

মৃত ষাড়গৰুটোক গাঁওবাসীয়েও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে সৎকাৰ কৰে ৷ চিন্নাপ্পাই কয় যে, নিজৰ সন্তানৰ দৰে তেওঁ ষাড়গৰুটোক মৰম কৰিছিল আৰু এই মৃত্যুয়ে তেওঁক বহু কষ্ট দিছে ৷

লগতে পঢ়ক : কেবিনেটৰ বিভিন্ন বিভাগৰ বিষয়বাব বিতৰণ বিহাৰৰ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.