ETV Bharat / bharat

কৰ্ণাটকত ব্যক্তিগত ফাৰ্মত অগ্নিকাণ্ড - গংগাধৰপ্পে দুগ্ধজাত কৃষিৰ পৰা জীৱিকা অৰ্জন

কৰ্ণাটকৰ গৌৰীবিদানাৰু তালুকৰ পুলামাকালাহাল্লিত ভয়ানক অগ্নিকাণ্ড সংঘটিত ৷ অগ্নিকাণ্ডটোত 60 টা ভেড়া, 20 টা ছাগলী আৰু চাৰিটা গৰুৰ মৃত্যু ঘটে ৷

কৰ্ণাটকত ব্যক্তিগত ফাৰ্মত অগ্নিকাণ্ড
কৰ্ণাটক এখন ব্যক্তিগত ফাৰ্মত অগ্নিকাণ্ড
author img

By

Published : Mar 14, 2021, 5:57 PM IST

কৰ্ণাটক,14 মাৰ্চ: দেওবাৰে গৌৰীবিদানাৰু তালুকৰ পুলামাকালাহাল্লিত ভয়ানক অগ্নিকাণ্ড সংঘটিত হয় ৷ অগ্নিকাণ্ডটোত 60 টা ভেড়া, 20 টা ছাগলী আৰু চাৰিটা গৰুৰ মৃত্যু হয় ৷ পুৱা প্ৰায় ৯.৩০ বজাত গংগাধৰপ্পৰ নামৰ কৃষকৰ ফাৰ্ম হাউচত জুই লগাৰ ফলত অগ্নিকাণ্ডটো সংঘটিত হয় । গংগাধৰপ্পে দুগ্ধজাত সামগ্ৰী বিক্ৰীৰে জীৱিকা নিৰ্বাহ কৰি আহিছিল ৷ অগ্নিকাণ্ডৰ ফলত বিস্তৰ ক্ষতিৰ সন্মুখীন হোৱা গংগাধৰপ্পৰে চৰকাৰৰ পৰা সাহাৰ্যৰ আবেদন কৰিছে ৷

কৰ্ণাটক এখন ব্যক্তিগত ফাৰ্মত অগ্নিকাণ্ড
কৰ্ণাটকত ব্যক্তিগত ফাৰ্মত অগ্নিকাণ্ড

লগতে পঢ়কঃ বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ মহা-অভিযোগ উত্থাপন

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.