ETV Bharat / bharat

জম্মু-কাশ্মীৰৰ শ্বোপিয়ানত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত পুনৰ সংঘৰ্ষ

author img

By

Published : Mar 15, 2021, 1:22 PM IST

সোমবাৰে জম্মু-কাশ্মীৰৰ শ্বোপিয়ান জিলাৰ ৰাৱালপোৰা অঞ্চলত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত পুনৰ সৃ্ষ্টি হয় সংঘৰ্ষৰ ৷ ইয়াৰ পূৰ্বেও 13 মাৰ্চত সেনাৰ ওপৰত আক্ৰমণ চলাইছিল সন্ত্ৰাসবাদীয়ে ৷ এই ঘটনাত এজন সন্ত্ৰাসবাদী নিহত হৈছিল ৷ জম্মু-কাশ্মীৰ আৰক্ষীয়ে এক বিবৃতি যোগে জনোৱা অনুসৰি, নিহত সন্ত্ৰাসবাদী গৰাকী লস্কৰ-ই-তৈবাৰ সৈতে জড়িত আছিল ৷

জম্মু-কাশ্মীৰৰ শ্বপিয়ানত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত পুনৰ সংঘৰ্ষ

নেশ্যনেল ডেস্ক,15 মাৰ্চ: সোমবাৰে জম্মু-কাশ্মীৰৰ শ্বোপিয়ান জিলাৰ ৰাৱালপোৰা অঞ্চলত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত পুনৰ সৃ্ষ্টি হয় সংঘৰ্ষৰ ৷ ইয়াৰ পূৰ্বেও 13 মাৰ্চত সেনাৰ ওপৰত আক্ৰমণ চলাইছিল সন্ত্ৰাসবাদীয়ে ৷ এই ঘটনাত সন্ত্ৰাসবাদী নিহত হৈছিল ৷ জম্মু-কাশ্মীৰ আৰক্ষীয়ে এক বিবৃতি যোগে জনোৱা অনুসৰি, নিহত সন্ত্ৰাসবাদী জন লস্কৰ-ই-তৈবাৰ সৈতে জড়িত আছিল ৷ সন্ত্ৰাসবাদী জন শ্বোপিয়ান জিলাৰ ৰাখ নাৰাপোৰাৰ বাসিন্দা জাহাংগিৰ আহমাদ ৱানী বুলি চিনাক্ত কৰা হৈছে।

শ্বোপিয়ান আৰক্ষীয়ে জনোৱা মতে, শনিবাৰে নিশা আৰক্ষীয়ে ৩৪ টা ৰাষ্ট্ৰীয় ৰাইফলছ আৰু চিআৰপিএফৰ ১৪ নং বেটেলিয়ানে অঞ্চলটোত এক যুটীয়া অনুসন্ধান অভিযান আৰম্ভ কৰিছিল। এই অভিযানতে সন্ত্ৰাসবাদী জনৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ জব্দ কৰাৰ কৰিবলৈ সক্ষম হৈছিল ৷

উল্লেখ্য যে, নিহত সন্ত্ৰাসবাদী জন বিগত বছৰৰ ছেপ্টেম্বৰ মাহলৈ সন্ত্ৰাসবাদী সংগঠনটোৰ সৈতে সক্ৰিয় ভাৱে জড়িত আছিল ৷ সেই অঞ্চলটোৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰত নিৰ্মিত M৪ কাৰবাইন ৰাইফল আৰু অন্যান্য আপত্তিজনক সামগ্ৰীসহ অস্ত্ৰ উদ্ধাৰ কৰিছে সেনা-আৰক্ষীৰ দলটোৱে ৷

লগতে পঢ়ক: জম্মু আৰু কাশ্মীৰত ৰাজনৈতিক হত্যাকাণ্ডৰ পৰিকল্পনা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.