- জম্মু-কাশ্মীৰৰ অনন্তনাগত নিৰাপত্তাৰক্ষী সন্ত্ৰাসবাদীৰ প্ৰচণ্ড গুলীয়াগুলি (Encounter breaks out in J and K)
- অনন্তনাগ জিলাৰ টাংপাৱা অঞ্চলত আৰম্ভ হৈছে এই সংঘৰ্ষৰ
- সংঘৰ্ষৰ ফলত নিহত এটা সন্ত্ৰাসবাদী
- বৰ্তমানেও অব্যাহত আছে আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ অভিযান
- কেন্দ্ৰীয় শাসিত ৰাজ্যখনৰ আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য